আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 19, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

৫ ব'হাগ, বুধবাৰ ইং ১৯ এপ্ৰিল ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নিজকে উৎসৱ পাৰ্বনত ব্যস্ততা কৰি ৰাখিব পাৰিব, মনত নতুন আশাৰ সঞ্চাৰ হ'ব, যদিও আজি আপোনাৰ শৰীৰত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, আত্মীয় পৰিয়ালৰ আগমন হ'ব আজি আপোনাৰ ঘৰলৈ , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মবোৰ সৰু-সুৰা বাধাৰ মাজেৰে সমাপ্ত  হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আপোনাৰ মান মৰ্য্যদা বাঢ়িব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ  চেষ্টা কৰিব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ৰাজনৈতিক ব্যক্তি সকলে ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিবেশ হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয় বৃদ্ধি হ'ব আপোনালোকৰ, সন্তানৰ সুখ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য বন্ধুৰ লগত মনোমালিন্য   হোৱাৰ যোগা দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  আনৰ সহায় সহযোগিতা মাজেৰে আজি আপোনাৰ কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, কৰ্মত সফলতা আহিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত অধিক লাভালাভ হ'ব, কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সফলতা লাভ  হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ নহ'লে সামান্য অস্থিৰতা আহিব পাৰে, লগতে আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহলে  সামন্য মনোমালিন্য হোৱাৰ যোগ দেখা যায় ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ভাল কাপোৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি কৰবাত পাবলগীয়া বস্তূৰ ওপৰত অধিক সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব, লগতে আজি আপুনি সজাগ নহ'লে  মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ হোৱাটো ভাল হ'ব, লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages