আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 16, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

২ ব'হাগ, ৰবিবাৰ ইং ১৬ এপ্ৰিল ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সৰু-সুৰা জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰে, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, লগতে আজিৰ আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব , ব্যৱসায়িক দিশত উপাৰ্জন বাঢ়িব যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰৰিশ্ৰম বৃদ্ধি  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ৰোগাৰোগ্য হ'ব স্বাস্থ্যৰ উন্নতি হ'ব যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ  চেষ্টা কৰিব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা মাজেৰে দিনটো ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব,প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সম্পত্তি বাঢ়িব, হাতলৈ ধন-ধান আহিব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ  শত্ৰু নাশ  হোৱাৰ যোগা দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত    আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব লগতে আজি আপুনি অপমানিত হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।    


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ সামান্য মানসিক অৱসাদ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হ'ব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায় ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত নিবনুৱা সকলৰ কৰ্মত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ মনৰ আ হোৱাৰ যোগ দেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ  হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages