আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 11, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

২৮ চ'ত, মঙ্গলবাৰ ইং ১১ এপ্ৰিল,২০২৩ ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সাহিত্যক সকলৰ সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সাৱধানে আগ  বাঢ়ি যোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সম্পদ বাঢ়িব, ধন ধান বাঢ়িব, ব্যৱসায়িক ভাৱে সফল হব পাৰিব, লগতে আজিৰ আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত   পুৰণি সমস্যাৰ সমাধান হ'ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সন্তানৰ সুখ লাভ হোৱাৰ যোগ দেখা যায়।  


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, মনৰ আশা পূৰণ হ'ব , যদিও আজি আপুনি মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি কৰ্মবোৰ সামান্য বাধাৰ মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যৱসায়িক দিশত লাভালাভ বাঢ়িব, শুভ সংবাদ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত সুখ শান্তি বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি সামাজিক কৰ্মত জড়িত হ'বলৈ সক্ষম হোৱাৰ যোগা দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।      


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি বন্ধুৰ পৰা সন্মানিত হ'ব পাৰে। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হ'ব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ'ব, ভাবি থকা কৰ্মবোৰ সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি দেহ মনত আঘাত পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


No comments:

Post a Comment

Advertisement

Pages