এনেবোৰ কাৰনত শনি-ৰাহুৱে দিয়ে অশুভ পৰিণাম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

এনেবোৰ কাৰনত শনি-ৰাহুৱে দিয়ে অশুভ পৰিণাম : Assamese Fact

 

Assamese Fact

এজন ব্যক্তিৰ কিছুমান অভ্যাসে-বহু সমস্যাৰ সৃষ্টি কৰে।আৰু শনি-ৰাহুৱে দিয়ে অশুভ পৰিণাম-( Assamese Fact )


*জ্যোতিষ শাস্ত্ৰ অনুসাৰে-এজন ব্যক্তিৰ কিছুমান অভ্যাসে-গ্ৰহক প্ৰভাৱিত কৰে।দিনন্দিন কৰা জীৱনত ভুলসমূহে-ব্যক্তিৰ গ্ৰহক প্ৰভাৱিত কৰে।যাৰ বাবে-গ্ৰহৰ শুভ বা অশুভ প্ৰভাৱ ব্যক্তিৰ জীৱনশৈলীত পৰে। এই ভুলসমূহ হৈছে-


*জ্যোতিষ শাস্ত্ৰৰ মতে-কিছু ব্যক্তিয়ে খোজ কঢ়াৰ সময়ত-ভৰিটো চুচৰাই নিয়ে আৰু এটা শব্দ ওলায়।যি-হৈছে এক বেয়া অভ্যাস।ব্যক্তিৰ এই বেয়া অভ্যাসে-কুণ্ডলীত ৰাহু-আৰু শনিক প্ৰভাৱিত কৰে আৰু জীৱনত অশুভ ফল প্ৰাপ্ত হয়।( Assamese Fact )


*আহাৰ গ্ৰহণ কৰাৰ পাছত-নিজৰ জোথা বাচন-বৰ্তন,সেই স্থানতে ৰাখি উঠি যোৱাটো-বেয়া অভ্যাস হয়।কোৱা হয় যে-এনে কৰা লোকজনৰ কঠিন পৰিশ্ৰম কৰাৰ পাছতো সন্তোষজনক ফল প্ৰাপ্ত নহয়।এয়াও মনা হয়-বৰ্তনক শুদ্ধ ঠাইত ৰাখিলে চন্দ্ৰ আৰু শনি দোষ দূৰ হয়।


*ঘৰৰ মন্দিৰত পূজাৰ আগে চাফ-চিকূণ নকৰাটো-এক বেয়া অভ্যাস হয়।মান্যতা অনুসাৰে-পূজাৰ আগে মন্দিৰ চফা কৰি ৰখাটো গ্ৰহৰ লগতে দেৱী-দেৱতাসকলৰ আৰ্শীবাদ।প্ৰাপ্ত হয়।


*মান্যতা অনুসাৰে-স্নান কৰাৰ পাছত-বাথৰূম লেতেৰা কৰি ৰাখিলে বাস্তু-দোষ উৎপন্ন হয়।আৰু কুণ্ডলীত চন্দ্ৰমাই অশুভ ফল দিয়ে।পকাত পৰি থকা পানীসমূহ চফা কৰি দিয়াটো উত্তম হয়।


*কোৱা হয় যে-কোনো কাৰণ নথকাকৈ নিশা বহু পৰলৈ সাৰ পাই থাকিলে-চন্দ্ৰমাই অশুভ ফল দিয়ে।আৰু এয়া মানসিক চিন্তাৰ কাৰণ হব পাৰে।


*পাকঘৰ পৰিষ্কাৰ কৰি নাৰাখিলে মংগল দোষ হয়।আৰু ইয়াৰ দ্বাৰা ঘৰত অশান্তি আৰু সমস্যাৰ সৃষ্টি হয়।আৰু ঘৰৰ আৰ্থিক স্থিতিতো প্ৰতিকূল প্ৰভাৱ পৰে।( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages