পাকঘৰত বাস্তু শাস্ত্ৰৰ কিছু সাৱধানতা জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

পাকঘৰত বাস্তু শাস্ত্ৰৰ কিছু সাৱধানতা জানি লওক : Assamese Fact

 


-ঘৰত পাকঘৰ উত্তৰ পশ্চিম বা দক্ষিণ-পূৰ্ৱ-যাক অগ্নি কোণ কোৱা হয়,সেই দিশত হব লাগে।এই দিশত অগ্নি দেৱৰ অধিকাৰ মনা হয়।আহাৰ বনোৱাৰ সময়ত মুখ পূৰ্ৱ দিশৰ ফালে হব লাগে।( Assamese Fact )


কেৱল ঈৰ্শাণ কোণতে-হব লাগে।খিৰিকী সমূহ-পূৰ্ৱ আৰু পশ্চিম দিশত হব লাগে।পাকঘৰত-ফল,শাক-পাচলিৰ ফটো লগাব লাগে।আৰু পাকঘৰত মাতা অন্নপূৰ্ণাৰ ছৱি লগোৱাটো শুভ মনা হয়।( Assamese Fact )


বাস্তু শাস্ত্ৰৰ অন্য সাৱধানতা-


*ঘৰৰ মুখ্য দুৱাৰৰ সন্নুখত ডাষ্টবিন ৰাখিব নালাগে।


*নিশা পাকঘৰত লেতেৰা বাচন-বৰ্তন ৰাখিলে-শৰীৰৰ লগত সম্পৰ্কীয় সমস্যা হয়।


*মুখ্য-দুৱাৰৰ সন্মুখত জোতা-চেণ্ডেল জমা কৰি ৰাখিব নালাগে।( Assamese Fact )


*ঘৰত তুলসী ৰোপণ কৰি-তুলসীৰ পূজা কৰিব লাগে।


*ঘৰৰ উত্তৰ দিশত সেউজীয়া উদ্ভিদ ৰোপণ কৰাটো-শুভ হয়।

No comments:

Post a Comment

Advertisement

Pages