-ঘৰত পাকঘৰ উত্তৰ পশ্চিম বা দক্ষিণ-পূৰ্ৱ-যাক অগ্নি কোণ কোৱা হয়,সেই দিশত হব লাগে।এই দিশত অগ্নি দেৱৰ অধিকাৰ মনা হয়।আহাৰ বনোৱাৰ সময়ত মুখ পূৰ্ৱ দিশৰ ফালে হব লাগে।( Assamese Fact )
কেৱল ঈৰ্শাণ কোণতে-হব লাগে।খিৰিকী সমূহ-পূৰ্ৱ আৰু পশ্চিম দিশত হব লাগে।পাকঘৰত-ফল,শাক-পাচলিৰ ফটো লগাব লাগে।আৰু পাকঘৰত মাতা অন্নপূৰ্ণাৰ ছৱি লগোৱাটো শুভ মনা হয়।( Assamese Fact )
বাস্তু শাস্ত্ৰৰ অন্য সাৱধানতা-
*ঘৰৰ মুখ্য দুৱাৰৰ সন্নুখত ডাষ্টবিন ৰাখিব নালাগে।
*নিশা পাকঘৰত লেতেৰা বাচন-বৰ্তন ৰাখিলে-শৰীৰৰ লগত সম্পৰ্কীয় সমস্যা হয়।
*মুখ্য-দুৱাৰৰ সন্মুখত জোতা-চেণ্ডেল জমা কৰি ৰাখিব নালাগে।( Assamese Fact )
*ঘৰত তুলসী ৰোপণ কৰি-তুলসীৰ পূজা কৰিব লাগে।
*ঘৰৰ উত্তৰ দিশত সেউজীয়া উদ্ভিদ ৰোপণ কৰাটো-শুভ হয়।
No comments:
Post a Comment