*বাস্তু শাস্ত্ৰত দিশৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে।ঘৰত ৰখা সকলো বস্তু বাস্তু-শাস্ত্ৰ অনুযায়ী ৰাখিব লাগে।যদি কোনো বস্তু ভুল দিশত ৰখা হয়-তেন্তে-তাৰ নেতিবাচক ফল দেখা যায়।সেইবাবে-যিকোনো বস্তু ৰখাৰ আগতে-বাস্তু-শাস্ত্ৰক বুজি লব লাগে।কাৰণ-কিছুমান কথায় আমাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনে। ( Assamese Fact )
*ভগৱান বৰুণ দেৱ আৰু শনিদেৱৰ কথা বিবেচনা কৰা হৈছে-
-কোৱা হয় যে-বাস্তু শাস্ত্ৰৰ মতে-বৰুণ দেৱ আৰু শনিদেৱক পশ্চিমত প্ৰভু হিচাপে-গণ্য কৰা হয়।সেইবাবে-সকলো পশ্চিম দিশত ৰখা নহয়।
*কি বস্তু পশ্চিম দিশত ৰখাটো শুভ আৰু অশুভ!
*মূৰটো পশ্চিম দিশত ৰাখি শুৱ নালাগে! ( Assamese Fact )
-বাস্তু শাস্ত্ৰৰ মতে-কেতিয়াও পশ্চিম দিশলৈ মূৰ থৈ শুব নালাগে।এই দিশত মূৰ থৈ শুই থাকিলে-মানসিক চাপ পৰে আৰু ৰোগ বৃদ্ধি হয়।
*ঘৰৰ ঢাল পশ্চিম দিশত হব নাৰাগে!
-বাস্তু-শাস্ত্ৰৰ মতে-ঘৰৰ ঢাল পশ্চিম দিশত হব নালাগে।তাৰ-অৰ্থ হল-পশ্চিমৰ মজিয়াখন-আন ঠাইতকে অলপ ওখ হব লাগে।ইয়াৰ লগে-লগে-দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব।
*পাকঘৰ থকাটো দুৰ্ভাগ্য-
-ঘৰৰ পশ্চিম দিশত পাকঘৰ থকাটো-অশুভ বুলি গণ্য কৰা হয়।কোৱা হয় যে-যদি পশ্চিম দিশত পাকঘৰ থাকে-তেন্তে-ঘৰখনত সদায় আৰ্থিক সমস্যা থাকে।প্ৰতিটো কামতে-অধিক পৰিশ্ৰম কৰিব লাগিব-কিন্তু-ইয়াৰ ফল ইমান ভাল নহব।ইয়াৰ বাহিৰেও-ঘৰৰ মূল দুৱাৰখনো পশ্চিম দিশত হব নালাগে।ইয়াৰ বাবে-লক্ষ্মী দেৱী ঘৰত নাথাকে।যদি ঘৰৰ মূল দুৰাৰখন পশ্চিম দিশত থাকে-তেন্তে সদায় জপাই ৰাখিব লাগে।অহা-যোৱা বাট আন বাটেৰে কৰিব লাগে।(সংগ্ৰহিত)। ( Assamese Fact )
No comments:
Post a Comment