পিয়াঁজ বাকলিৰ উপকাৰিতা : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

পিয়াঁজ বাকলিৰ উপকাৰিতা : Assamese Beauty Tips

 

Assamese Beauty Tips

-পিয়াঁজ বহু কামত ব্যৱহাৰ কৰা হয় যদিও-ইয়াৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে-নাজানে।পিয়াঁজৰ বাকলিয়ে-ছালৰ বহু সমস্যা দূৰ কৰিব পাৰে।( Assamese Beauty Tips )


পিয়াঁজ কাটোতে সকলে চকুত চকুপানী ওলাই আহে।কিন্তু পিয়াঁজৰ বাকলিয়ে-আপোনিৰ মুখ মণ্ডল জিলিকাই তুলিব পাৰে।পিয়াঁজৰ বাকলিত থকা পুষ্টিকৰ উপাদানে-চালখনক উজ্বল কৰি তোলাত সহায় কৰে।ভিটামিন-এ-চি-ই,ফাইবাৰ আৰু এন্টি-অক্সিডেন্টৰ দৰে পুষ্টিকৰ উপাদান ইয়াত থাকে।যিয়ে-ছালখনক সুন্দৰ কৰাৰ কাম কৰে। ঘৰতে থকা কিছুমান সামগ্ৰীৰ লগত-পিয়াঁজৰ বাকলি মিহলাই লগালে-উপকাৰ পোৱা যায়।


*গোলাপ জলৰ লগত-


-গোলাপ জলৰ লগত পিয়াঁজৰ বাকলি ব্যৱহাৰ কৰিলে-ব্ৰণ আৰু পিম্পলৰ সমস্যা নাইকিয়া হয়।পিয়াঁজৰ বাকলি মিহিকৈ পিহি-তাত গোলাপ জল দি-এটা পেষ্ট তৈয়াৰ কৰক।এই-পেষ্ট ৫-৬মিনিট মুখত ৰখাৰ পাছত ধুব লাগে। পিয়াঁজত থকা এন্টি-বেক্টেৰিয়েল গুণে পিম্পল দূৰ কৰে।( Assamese Beauty Tips )



*নাচপতিৰ সৈতে-


-নাচপতিৰ লগত পিয়াঁজৰ খোলা মিহলাই ফেচ-মাস্ক বনাব পাৰি।এই প্ৰাকৃতিক ফেচ-মাস্ক বনাবলৈ-পিয়াঁজৰ খোলা উতলনই চেকি লব লাগে।এই পানীত নাচপতিৰ গুড়ি আৰু অলপ গাখীৰ দি-৩/৪মিনিট উতলিবলৈ দিব।এই পেষ্ট ঠাণ্ডা হলে-১০মিনিট মুখত ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।


*পিয়াঁজৰ খোলা ওটছৰ লগত মিহলাই স্ক্ৰাব বনাব পাৰে।স্ক্ৰাব বনাবলৈ এটা পাত্ৰত-ওটছ আৰু আন এটা পাত্ৰত পিয়াঁজৰ খোলা উতলাই লওক।ঠাণ্ডা হোৱাৰ পাছত দুয়োটা মিহলাই-মুখত এই স্ক্ৰাব ব্যৱহাৰ কৰিলে-মুখৰ শুকানতা আঁতৰি যায় আৰু মুখ মণ্ডল জিলিকি উঠিব।


*সিজোৱা পিয়াঁজৰ খোলা-


-পিয়াঁজৰ বাকলি-সিজাই তাৰ পানী ছালত ব্যৱহাৰ কৰিব পাৰে।এই পানীৰে খজুৱতিৰ সমস্যা দূৰ কৰিব পাৰি।পিয়াঁজৰ খোলা পানী মিহলাই-উতলাই খজুৱতি হোৱা ঠাইত লগাব।আৰু ৫মিনিটৰ পাছত পানীৰে ধুব।( Assamese Beauty Tips )


[সংগ্ৰহিত)।

No comments:

Post a Comment

Advertisement

Pages