তুলসীৰ ওচৰত এইসমূহ বস্তু থাকিব নালাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

তুলসীৰ ওচৰত এইসমূহ বস্তু থাকিব নালাগে : Religious Studies

Religious Studies


এই কথা মন কৰিব লাগে যে-তুলসী উদ্ভিদ যি ঠাইত আছে,সেই ঠাই চাফ-চিকুন হব লাগে।যদি তুলসী শুকাই গৈছে বা মৰহি গৈছে-তেন্তে-ইয়াৰ কাৰণ অশুদ্ধতাৰ বাবেও হব পাৰে।সেইবাবে-প্ৰতিদিন-তুলসীৰ আশে-পাশে চাফ-চিকুন কৰিব লাগে।গাওঁত-আজিও মহিলাসকলে-প্ৰতিদিন তুলসীৰ আশে-পাশে গৰুৰ গোবৰ আৰু মাটিৰে লেপন দিয়ে। ( Religious Studies )


*তুলসীৰ ওচৰত ঝাড়ু বা চেণ্ডেল-জোতা ৰাখিব নালাগে।বহুলোকে-তুলসীৰ লগত-অন্য ফুল-পাত ৰূপন কৰে,যি শুদ্ধ নহয়।তুলসী ঁটাৱত লগালে-সেই টাৱত অন্য ফুল-ৰূপন কৰিব নালাগে।ইয়াৰ দ্বাৰা তুলসী বিকাশ নহয়,আৰু তুলসী শুকাবলৈ ধৰে।জলত-গাখীৰ মিহলাই-তুলসীত জল দিলে-তুলসী স্বস্থ্য আৰু সেউজীয়া হৈ ধুনীয়া হৈ থাকে। 


*ৰাত্ৰিত-তুলসীত জল দিব নালাগে!

বহুবাৰ দেখা যায় যে-আবেলি পৰত-বহুলোকে-তুলসীৰ তলত চাকি জ্বলোৱাৰ সময়ত-জল অৰ্পণ কৰে।আবেলি সময়ত-তুলসীক জল অৰ্পণ কৰাটো শুভ নহয়।তুলসীত-পুৱা স্নান কৰিয়েই-জল অৰ্পণ কৰিব লাগে।আৰু তুলসীৰ ওচৰত-পাত্ৰত পানী ৰাখিব নালাগে।তুলসীৰ তলত চাকি জ্বলালে-প্ৰতিদিনে-সেই চাকি নুমাই যোৱাৰ পাছত-তুলসীৰ তলৰ পৰা আঁতৰাই দিব লাগে।তুলসীৰ তলত-নুমাই যোৱা চাকি ৰাখিব নালাগে।( Religious Studies )



*চুলি মেলি-তুলসীৰ ওচৰলৈ যাব নালাগে!

প্ৰায়ে-মহিলায়ে-স্নান কৰাৰ পাছত-চুলি মেলি-তুলসীক জল দিবলৈ আহে।যি ভুল হয়।তুলসীক সদায়ে-ভগৱান বিষ্ণুৱে-বিবাহিত হৈ থাকিবলৈ বৰদান দিছে।আৰু সেইবাবে তুলসীক-ভগৱান বিষ্ণুৱে শিৰত স্থান প্ৰদান কৰিছে।সৌভাগ্য বৃদ্ধিৰ বাবে-চুলিক বান্ধি আৰু শিৰত সেন্দূৰ লৈ-তুলসীত জল অৰ্পণ কৰিব লাগে।চুলি মেলা থাকিলে-তুলসীত চুলি পৰিলে আৰু তিতা চুলিৰপৰা পানী পৰাৰ আশংকা থাকে-যাক শুভ মনা নহয়।


*চুনৰিৰ ৰাখিব লাগে ধ্যান-

ঘৰত-তুলসীক চুনৰি দি ৰখা হয়।কিন্তু এই কথা-ধ্যান ৰখা নহয় যে-তুলসীৰ চুনৰি বহু পুৰণি হৈ গলে-ফাটি যায়।একাদশী বা অন্য কোনো শুভ দিৱসত-তুলসীৰ চুনৰি সলনি কৰি দিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages