মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয় : Religious Studies

Religious Studies


*নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়।( Religious Studies )



*শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত উঠিলে-মানুহে সৌন্দৰ্য্য,চোকা বুদ্ধি,লক্ষ্মী,স্বাস্থ্য উপকাৰ লাভ কৰে।


*পৰিয়ালৰ কল্যাণ আৰু সমাজৰ উন্নয়নৰ বাবে-এগৰাকী নাৰী সুস্থ হোৱাটো অতি প্ৰয়োজনীয়।যোগ আৰু প্ৰনায়মৰ দ্বাৰা এয়া সম্ভৱ।ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পাছত কিছু সময়ৰ বাবে-ব্যায়াম কৰক।ইয়াৰ ফলত মানসিক আৰু শাৰীৰিক অৱস্থা-শক্তিশালী হয়।


*সূৰ্য্য উদয়ৰ আগতে-গা ধূলে মহিলাৰ স্বাস্হ্য উপকাৰ হয়।ৰাতিপুৱা মগজুৱে-অধিক ক্ষমতাৰে ইতিবাচক চিন্তা গ্ৰহণ কৰে।স্নান কৰিলে-শৰীৰৰ লগতে-মনটো শুদ্ধ হয়।বহু কামৰ বাবে-নাৰী দায়বদ্ধ।যদি মনৰ শান্তি থাকে-তেতিয়া মহিলাসকলে নিজৰ কাম ভালকৈ সম্পূৰ্ণ কৰিব পাৰে।( Religious Studies )



*যদি নিতৌ তুলসী পূজা কৰা হয়-তাতেই সুখ-সমৃদ্ধি আৰু সৌভাগ্য ৰৈ যায়।বিশেষকৰি মহিলাসকলে-দৈনিক পুৱা তুলসীক পানী অৰ্পণ কৰিব লাগে।এনে কৰিলে-টকাৰ অভাৱ নহয়।


*পুৰাণৰ মতে-গৰুক সেৱা কৰি-ৰাশিফলৰ যিকোনো দোষ দূৰ কৰিব পাৰি।মহিলাসকলে-প্ৰতিদিনে-

গৰুৰ বাবে-প্ৰথম ৰুটি উলিয়াই লয়।গো-সেৱাত-৩৩কোটি দেৱতাৰ আৰ্শীবাদ থাকে।


*প্ৰতিদিনে পুৱা বয়োজ্যেষ্ঠৰ আৰ্শীবাদ ললে-জীৱনটো সুখেৰে ভৰি পৰে।বয়োজ্যেষ্ঠৰ আৰ্শীবাদত যথেষ্ঠ শক্তি থাকে।ইয়াৰ দ্বাৰা বহু প্ৰজন্ম ৰক্ষা পৰে।


*শাস্ত্ৰ অনুযায়ী-মহিলাসকলে গা-ধুইহে-পাকঘৰত প্ৰৱেশ কৰিব লাগে।ইয়াৰ দ্বাৰা দেৱী সদায় অন্নপূৰ্ণা আৰু দেৱী লক্ষ্মী বাসস্থানলৈ যায়।( সংগ্ৰহিত)। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages