এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 7, 2022

এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায় : Religious Studies

Religious Studies


মান্যতা অনুসাৰে-এই ৬টা কাৰ্য্য কৰিলে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়।কোৱা হয়-গোপালে সকলো মনৰকামনা পূৰ্ণ কৰে।( Religious Studies )


ভগৱান শ্ৰী কৃষ্ণ-এনে এজন দেৱতা হয়-যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়।কোৱা হয় যে-নটখট নন্দ গোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোঁৱাৰে।ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমাৰ পৰা-ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ বাবে-সমস্যাৰ লগত সন্মুখীন হবলৈ যথেষ্ট হয়।যিদিৰে-প্ৰতিদিনে কোনো নহয় কোনো ভগৱানক পূজা কৰা হয়-তেনেদৰে বুধবাৰৰ দিনটো ভগৱান শ্ৰী কৃষ্ণক মনা হয়।কোৱা হয় যে-যদি বুধবাৰৰ দিনা ভক্তসকলে শুদ্ধ মনেৰে-কিছু কাৰ্য্য কৰিলে-নন্দ গোপাল প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ ইচ্ছা পূৰ্ণ কৰে।


*ভগৱান শ্ৰী কৃষ্ণক কি দৰে-কৰিব প্ৰসন্ন-


১)শ্ৰী কৃষ্ণক মাখনচোৰ বুলি কোৱা হয়।কাৰণ সৰুতে তেওঁ-মাখনচোৰ কৰিছিল।ভগৱান শ্ৰী কৃষ্ণয়ে গাখীৰ বা গাখীৰৰে বনোৱা সামগ্ৰী অতিপ্ৰিয় হয়।সেইবাবে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-গাখীৰ-দৈ-আৰু মাখনৰ পৰা বনোৱা বস্তু যেনে-মাখন মিচিৰিৰ ভোগ অৰ্পণ কৰিব লাগে।


২/মনা হয় যে-ভগৱান শ্ৰী কৃষ্ণৰ হালধীয়া বস্ত্ৰ প্ৰিয়।ভক্তসকলে-হালধীয়া বস্ত্ৰ পৰিধান কৰি-ভগৱান শ্ৰী কৃষ্ণৰ পূজা কৰিব লাগে।( Religious Studies )


৩/ভক্তসকলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-কৃষ্ণ গায়ত্ৰী মন্ত্ৰ-অৰ্থাৎ-ঔম দৈৱকীনন্দায়ে বিধিমহে বাসুদেৱায়ে ধীমহি তন্ন কৃষ্ণা প্ৰচোদয়াত"মন্ত্ৰটি জাপ কৰিব লাগে।


৪/ভগৱান শ্ৰী কৃষ্ণৰ পূজন কৰি-চন্দনৰ তিলক লগোৱাটো বহুত হয়।


৫/কৃষ্ণ মন্ত্ৰ বা-"কৃষ্ণা-কৃষ্ণা" জাপ কৰিলেও-ভগৱান শ্ৰী কৃষ্ণই মনৰ কথা শুনে।


৬/ভগৱান শ্ৰী কৃষ্ণৰ তুলসী মাতা প্ৰিয় হয়।মান্যতা অনুসাৰে-ভগৱান শ্ৰী কৃষ্ণৰ পূজাত-তুলসী অৰ্পণ কৰিব লাগে।


নমো নমো-তুলসী কৃষ্ণ প্ৰেয়সী নমোঃ নমোঃ


*তুলসী মালা পিন্ধাৰ লাভ-


১/ব্ৰজ্ৰপাতৰ মৃত্যুৰ পৰা ৰক্ষা পোৱা যায়।


২/দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা যায়।


৩/সাপে খুটাঁৰ পৰা ৰক্ষা পোৱা যায়।


৪/দিনত বা ৰাতি শুলে-বেয়া সপোন দেখিলে-তেনে সপোনৰ পৰা ৰক্ষা পোৱা যায়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages