মহিলাসকলে মংগলবাৰ,শনিবাৰ আৰু গুৰুবাৰে চুলি ধোৱাটো কিয় অশুভ মনা হয় জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 14, 2022

মহিলাসকলে মংগলবাৰ,শনিবাৰ আৰু গুৰুবাৰে চুলি ধোৱাটো কিয় অশুভ মনা হয় জানি লওক : Religious Studies

Religious Studies


*হিন্দু ধৰ্মত আৰু জ্যোতিষ শাস্ত্ৰত-বহু এনে কাৰ্য্যৰ কথা কোৱা হৈছে-যাৰ শুভ আৰু অশুভ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে।( Religious Studies )


লগতে-এনে কিছু পৰম্পৰা আছে-যাৰ পালন পুৰণি কালৰে পৰা কৰি অহা হৈছে।আপোনালোকে বহুবাৰ-নিজৰ ঘৰৰ ডাঙৰজনে আপোনাক কোনো বিশেষ বাৰত-চুলি ধুবলৈ বাধা দিয়ে।ইয়াৰ পাছতো ধাৰ্মিক মান্যতা জড়িত আছে।কোৱা হয় যে-মংগলবাৰে-গুৰুবাৰে আৰু শনিবাৰে চুলি ধুব নালগে।বিশেষকৰি মহিলাসকলে এই বাৰ কেইতাত মনা কৰা হয়।


*জোতিষ শাস্ত্ৰ অনুসাৰে-মংগলবাৰৰ দিনা-বিবাহিত মহিলাই চুলি ধুব নালাগে-কাৰণ-ইয়াৰ দ্বাৰা স্বামীৰ জীৱনত বেয়া প্ৰভাৱ পৰে।কিন্তু ছোৱালীয়ে-এই দিনা চুলি ধুবলৈ মনা কৰা নহয়।( Religious Studies )


*বুধবাৰ আৰু গুৰুবাৰৰ দিনা-মহিলাসকলে চুলি ধুলে-তেওঁলোকৰ ভায়েকৰ জীৱনত-আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়।আৰু পইচাৰ ধাৰ বৃদ্ধি হয়।


গুৰুবাৰৰ দিনা মহিলাসকলে চুলি ধুলে-ঘৰ পৰিয়ালত সুখ-সমৃদ্ধিৰ বেয়া প্ৰভাৱ পৰে।


*জ্যোতিষ শাস্ত্ৰ অনুসাৰে-মহিলাসকলে শনিবাৰৰ দিনা চুলি ধুলে-ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত পইচাৰ সমস্যা হয় আৰু ঘৰৰ লোকসকলৰ আয়ুস কম হয়।( সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages