বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 14, 2022

বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত : Religious Studies

Religious Studies


বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত। অশুভ স্থিতিৰ পৰা পোৱা যাব মুক্তি।( Religious Studies )


*বুধ গ্ৰহৰ পূজা-বুধবাৰে কৰা হয়।এনে কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে বিশেষ লাভ পোৱা যায়।


*হিন্দু ধৰ্মত সপ্তাহৰ সাতটা দিন কোনো এজন ভগৱানৰ ওপৰত সমৰ্পিত হয়।সপ্তাহৰ তৃতীয় দিন বুধবাৰ-বুধ গ্ৰহৰ নাম হয়।এই দিনা বুধ গ্ৰহৰ পূজা কৰা হয়।বুধবাৰৰ দিনা গণপতিৰো পূজা কৰাৰ বিধান আছে।বুধ গ্ৰহৰ পূজা বুধবাৰে কৰা হয়।


*কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে-বিশেষ লাভ পোৱা যায়।হিন্দু মান্যতা অনুসাৰে-আপোনাৰ ঘৰলৈ ধন আহিও ধন নাথাকিলে বা-অজথাতে খৰচত হলে আৰু ঘৰত সমস্যাৰ সৃষ্টি হৈ থাকিলে-ইয়াৰ বাবে আপুনি বুধবাৰৰ দিনা ব্ৰত ৰাখি পূজন কৰিলে এইসমূহ দূৰ কৰিব পাৰে।কোৱা হয় যে-এই ব্ৰতে বুধ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰে।


*বুধবাৰৰ ব্ৰতৰ মান্যতা-


*এনে মান্যতা আছে যে-বুধবাৰৰ ব্ৰত আন্ধাৰ অৰ্থাৎ কৃষ্ণ পক্ষত নাৰাখি শুক্ল পক্ষৰ পৰা আৰম্ভ কৰিব লাগে।( Religious Studies )


*এই ব্ৰত যিকোনো মাহৰ-শুক্ল পক্ষৰ আগৰ বুধবাৰৰ পৰা ৰখাটো শুভ মনা হয়।


*কোৱা হয় যে-বুধবাৰৰ ব্ৰত-২১টা বুধবাৰৰ লৈকে আৰু বেছিকে-৪১টা বুধবাৰৰ লৈকে ৰাখিলে শুভ ফল দিয়ে।


*অন্য ব্ৰতৰ দৰে-এই ব্ৰুততো নিমখ বৰ্জিত হয়।


*বুধবাৰৰ ভোজনত-মগু দালিৰ পঞ্জীৰা বা হালোৱাৰ ভোগ দিলে-শীঘ্ৰে পসন্ন হয়।


* বুধবাৰৰ ব্ৰতত দানৰ বিশেষ মহত্ব আছে।এনে কোৱা সয় যে-বুধবাৰে ব্ৰত কৰি-দান কৰাৰ পাছতহে ভোজন গ্ৰহণ কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages