তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 9, 2022

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম : Religious Studies

Religious Studies


*আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়।( Religious Studies )


শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি পৰে।


*তুলসী পাত চিঙাৰো কিছু নিয়ম আছে।


*তুলসী পাত চিঙাৰ নিয়ম-


*যিহেতু তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়।সেয়ে-তুলসী পাত চিঙাৰ আগে-সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই প্ৰয়োজনীয়।নহলে-সংসাৰত অৰ্থৰ অভাৱে দেখা দিয়ে।


*চোকা অস্ত্ৰৰে তুলসী পাত চিঙিব নালাগে-


*স্নান নকৰাকে,

তুলসী গছ বা পাত স্পৰ্স কৰিব নালাগে।


*প্ৰয়োজনীয় কাৰণ অবিহনে-তুলসী পাত চিঙা উচিত নহয়।বিশ্বাস কৰা হয় যে-এনে কৰিলে-এনে কৰিলে সংসাৰলৈ দুৰ্ভাগ্য আহে।


*পূজাৰ উপৰিও কেৱল স্বাস্থ্যজনিত কাৰণত তুলসী পাত চিঙিব লাগে( Religious Studies )


*তুলসী পাত সন্ধিয়া চিঙা উচিত নহয়।


*কোনো ঘৰত কোনো ব্যক্তিৰ মৃত্যু হলে-সেই দিনৰপৰা আগন্তক-১৩দিন পৰ্যন্ত-তুলসী পাত চিঙা উচিত নহয়।


*চন্দ্ৰগ্ৰহণ আৰু সূৰ্য্যগ্ৰহণৰ সময়ত আৰু দেওবাৰ,একাদশীৰ নিশা,তুলসী পাত চিঙা উচিত নহয়।


*দেওবাৰে তুলসী গছত পানী দিয়া উচিত নহয়।প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱা শুভ বুলি কোৱা হয়।


*তুলসী গছ ঘৰৰ এনে স্থানত ৰাখিব লাগে-যত তুলসী জোপাই মুকলি বতাহ আৰু সূৰ্য্যৰ পোহৰ পায়।


*তুলসীৰ শুকান পাত পেলায় দিয়াৰ পৰিৰ্ৱতে-তুলসী গছৰ গুড়িত ৰখা উচিত।


*শুকান তুলসী গছ ঘৰত ৰখাটো উচিত নহয়।বিশ্বাস কৰা হয় যে-ঘৰত শুকান তুলসী গছ ৰাখিলে-সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভাগ্যৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।


*তুলসী গছ-সকলো সময়ত কোনো পাত্ৰত লগোৱা উচিত আৰু চাৰিওফালৰ স্থান-সকলো সময়তে পৰিষ্কাৰ কৰি ৰখাটো উচিত।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages