গুৰুবাৰৰ পূজাৰ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 3, 2022

গুৰুবাৰৰ পূজাৰ নিয়ম : Religious Studies

Religious Studies


গুৰুবাৰৰ পূজাৰ নিয়ম।এই নিয়মসমূহ পালন কৰিলে-ভগৱান বিষ্ণুৰ লগতে দেৱগুৰু বৃহস্পতিৰ আৰ্শীবাদ প্ৰাপ্ত হয়।( Religious Studies )


*হিন্দু ধৰ্মত গুৰুবাৰৰ দিনটো-ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজাৰ বাবে-সমৰ্পিত।


*হিন্দু ধৰ্মত-ভগৱান বিষ্ণুয পূজাৰ দ্বাৰা-সকলো কষ্টক দূৰ কৰি-মনৰকামনা শীঘ্ৰে পূৰ্ণ হয় বুলি মনা হয়।ভগৱান বিষ্ণুৰ পূজাৰ বাবে-গুৰুবাৰৰ দিনটো অত্যন্ত শুভ আৰু শীঘ্ৰে ফলদায়ী মনা হয়।গুৰুবাৰৰ দিনা-দেৱতাসকলৰ গুৰু বৃহস্পতিদেৱৰো পূজাৰ বাবে-অত্যন্ত শুভ মনা হয়।জ্যোতিষৰ অনুসাৰে-গুৰুবাৰৰ দিনা বিধি-বিধানেৰে পূজা কৰিলে-কুণ্ডলীত বৃহস্পতি গ্ৰহৰ দ্বাৰা শুভ ফল প্ৰাপ্ত হয় আৰু সুখ-সৌভাগ্যৰ প্ৰাপ্তি হয়।


১/ভগৱান বিষ্ণুৰ পূজাত-তেওঁৰ পচন্দৰ পুষ্প তথা পাত-যেনে-কমল,চম্পা,

মালতী,নাৰ্জী-খৰিকাজাই আদিৰ প্ৰয়োগ কৰিব লাগে।এনেদৰে ভগৱান বিষ্ণুক বিশেষ ৰূপে-তুলসী পাত অৰ্পণ কৰিব লাগে।ভগৱান বিষ্ণুৰ পৰা মনে বিচৰা ধৰণে-আৰ্শীবাদ পাবলৈ-গুৰুবাৰৰ দিনা-১০৮ খিলা-তুলসীৰ পাত অৰ্পণ কৰি পূজা কৰিব লাগে।


২/ভগৱান বিষ্ণুৰ পূজাত ভুলটো-চাউল তথা-অগস্ত,মাধৱী ফুলৰ প্ৰয়োগ কৰিব নালাগে।এনেদৰে ভগৱান বিষ্ণুৰ পূজাত-আগৰেপৰা অৰ্পণ কৰা-বাসী ফুল,মৰহি যোৱা-পোকে খোৱা-ফুল ব্যৱহাৰ কৰিব নালাগে।মান্যতা অনুসাৰে-এনে ফুল অৰ্পণ কৰিলে-মনুষ্যৰ পূৰ্ণৰ ঠাইত দোষ প্ৰাপ্ত হয়।( Religious Studies )


৩/ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ-গুৰুবাৰৰ দিনা- আহঁত,তুলসী আৰু কল গছত পানী দিব লাগে।আৰু পূজা কৰিব লাগে। গুৰুবাৰৰ  দিনা-কল গছৰ পূজা কৰিলে-কুণ্ডলীত বৃহস্পতি গ্ৰহৰ দ্বাৰা শুভ ফল প্ৰাপ্ত হয়।


৪/ভগৱান বিষ্ণু আৰু বৃহস্পতি গ্ৰহৰ কৃপাৰ বাবে-গুৰুবাৰৰ দিনা বিধি-বিধানেৰে ব্ৰত ৰাখিব লাগে।এই ব্ৰতক ভক্তসকলে-বিচাৰিলে- ৫,১১বা ৪৩ সপ্তাহ ৰাখিব পাৰে।এই ব্ৰত কৰিলে-সুখ আৰু সৌভাগ্যৰ পাপ্তি হয়।


৬/গুৰুবাৰৰ দিনা-দেৱগুৰু বৃহস্পতিৰ দ্বাৰা শুভ ফল পাবলৈ-হালধীয়া ৰংৰ কাপোৰ বৱহাৰ কৰিব লাগে।আৰু ভগৱান বিষ্ণুৰ পূজাত-ভগৱান বিষ্ণুক হালধীয়া ৰংৰ কাপোৰ দি-নিজেও হালধীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰি-হালধীয়া ৰংৰ আসনত বহি পূজা কৰিব লাগে।


৭/গুৰুবাৰৰ দিনা-ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজাত হালধী তথা কেশৰৰ তিলকৰ প্ৰয়োগ কৰিব লাগে।এই দুজন দেৱতাক তিলক কৰাৰ পাচত নিজেও-প্ৰসাদ স্বৰূপে তিলক লগাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages