ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব জানি লওক : Religious Studies

Religious Studies


ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব!


*তামৰ পাত্ৰত জল লৈ-

ঔম সূৰ্য্যয় নমাহঃ মন্ত্ৰটিৰ জাপ কৰি-উদয় হোৱা সূৰ্য্যক  জল অৰ্পণ কৰিব লাগে।ইয়াৰ পাছত-ঔম আদিত্যায়ে নমাহঃ মন্ত্ৰটিৰ জাপ কৰি সূৰ্য্যক প্ৰণাম কৰিব লাগে।ভগৱান সূৰ্য্যক অৰ্পণ কৰা জল-টামৰ পাত্ৰত গোটাই মদাৰ গছত অৰ্পণ কৰিব লাগে।মদাৰ গছত জল অৰ্পণ কৰিব নোঁৱাৰিলে-তুলসীত অৰ্পণ কৰিব লাগে।( Religious Studies )


*ৰবিবাৰে-কি বস্তুৰ দান কৰিব লাগে-


*অহসায় লোকক ৰবিবাৰৰ দিনা-ঘেহুঁ-গুড়,গাত লোৱা কাপোৰ,কম্বল আদি দান কৰিব লাগে।এই মাহৰ কোনো এটা ৰবিবাৰে চাউল আৰু অন্য খোৱাৰ সামগ্ৰী-দান কৰাৰ বিধানৰ কথা কোৱা হৈছে।লগতে কোনো গো-শালত ঘাঁহ আৰু কিছু ধন দান কৰিব লাগে।


ৰবিবাৰৰ দিনা-এই কেইটা কাৰ্য্য কৰিব নালাগে-


*ৰবিবাৰ প্ৰকৃতিৰ ধ্ৰুব হয়। ৰবিবাৰে সূৰ্য্য দেৱতাৰ দিন হয়। ৰবিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু সূৰ্য্যদেৱৰ দিন হয়।হিন্দু ধৰ্মত-ৰবিবাৰক সৰ্বশ্ৰেষ্ঠ বাৰ বুলি কোৱা হয়।সু-স্বাস্থ্য আৰু তেজস্বিতা পাবলৈ- ৰবিবাৰে উপবাস কৰিব লাগে।প্ৰচলনৰ দ্বাৰা সপ্তাহৰ প্ৰথম বাৰ-সোমবাৰে মনা হয় কাৰণ-ৰবিবাৰে বন্ধৰ বাবে-ঘোষিত হয়।কিন্তু শুদ্ধৰ অনুসাৰে-ৰবিবাৰে সপ্তাহৰ প্ৰথম বাৰ হয়।


*ৰবিবাৰে এই কাৰ্য্যসমূহ কৰিব নালাগে-


১/ৰবিবাৰৰ দিনা পশ্চিম আৰু বায়ব্য দিশৰ ফালে যাত্ৰা কৰিব নালাগে।এই দিশৰ ফালে-যাত্ৰাৰ প্ৰয়োজন হলে-ৰবিবাৰে-দালিয়া, পাণ, বা ঘীউ খায়-পাঁচ খোজ পাচলৈ গৈ হে-এই দিশৰ ফালে যাব লাগে।কাৰণ-এই দিনত বিশেষকৰি পশ্চিমৰ দিশত শূল থাকে।( Religious Studies )



২/ৰবিবাৰে-তামৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বেচাৰ পৰা দূৰৈত থাকিব লাগে।তামৰ বাহিৰে-সূৰ্য্যৰ লগত সম্বন্ধিত অন্য ধাতু বা বস্তু বেচিব নালাগে।


৩/ৰবিবাৰৰ দিনা-

নীলা-ক'লা,আৰু গ্ৰে ৰংৰ কাপোৰ পিন্ধিব নালাগে।ক'লা বা নীলাৰ লগত মিলা কাপোৰো পিন্ধিব নালাগে।


৪/ৰবিবাৰৰ দিনা নিমখ খাব নালাগে।ইয়াৰ দ্বাৰা স্বাস্থ্যৰ সানি হয়।আৰু প্ৰতিটো কাৰ্য্যতে বাধা আহে।বিশেষ কৰি সূৰ্য্যাস্তৰ পাছত নিমখ খাব নালাগে।


৫/ৰবিবাৰৰ দিনা সহবাস আৰু এইদিনা মাংস-মাদক দ্ৰব্য-সেৱন কৰিব নালাগে।এইদিনা শনিৰ লগত সম্বন্ধিত পদাৰ্থৰ সেৱন কৰিব নালাগে।


৬/ৰবিবাৰৰ দিনা-চুলি কাটিলে-সূৰ্য্য দুৰ্বল হয়।


৭/ৰবিবাৰৰ দিনা তেল মালিচ কৰাবও নালাগে।কাৰণ এই দিন সূৰ্য্যৰ দিন হয় আৰু তেল শনিৰ হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages