লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভসমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 1, 2022

লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভসমূহ জানি লওক : Religious Studies

Religious Studies


লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভ-( Religious Studies )


*বৈভৱ আৰু ধন সম্পদৰ প্ৰাপ্তি-

লক্ষ্মী-নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ঘৰত সকলো ধৰণৰ সমৃদ্ধিৰ বৃদ্ধি হয়।কোনো ব্যক্তি ধাৰত থাকিলে-এই ব্ৰত কৰিব লাগে।এই ব্ৰত কৰিলে-সংযুক্ত পূজনৰ দ্বাৰা সুখ-সম্পত্তি,ধন,বৈভৱ আৰু সমৃদ্ধিৰ বৰদান প্ৰাপ্ত হয়।যদি কোনো ব্যক্তিৰ কুণ্ডলীত  কেমদ্ৰুম যোগ হয়-তেন্তে সেইজনৰ বাবে-এই পূজাই বহুত শুভ ফল দিয়ে।


*চাকৰি আৰু ব্যৱসায়ত লাভ হয়।

লক্ষ্মী নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ব্যপাৰত লাভ হয়।ব্যপাৰিসকলে এই ব্ৰত কৰিলে-তেওঁলোকৰ দেৱী লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হয় আৰু ব্যৱসায়ত বৃদ্ধি হয়।যি লোকে-চাকৰি স্থায়ী ভাৱে বিচাৰে আৰু নিজৰ কামত উন্নতি বিচাৰে-তেওঁলোকৰ বাবেও-এই ব্ৰত আৰু পূজা-বিশেষ ফলদায়ক হয়।( Religious Studies )


*সৌভাগ্যৰ প্ৰতি-জীৱনসংগীৰ সুখ-

লক্ষ্মী নাৰায়ণৰ ব্ৰত কৰিলে-সৌভাগ্যৰ বৃদ্ধি হয়।স্ত্ৰী সকলৰ মংগলময়-সুখৰ বৃদ্ধি হয়।যদি বিবাহত কোনো বাধা আছে-তেন্তে এই ব্ৰত কৰিব লাগে।এই ব্ৰতে-বৈবাহিক সুখ দিয়ে।দীঘল আয়ুষ,সুস্থ-শৰীৰ আৰু আধ্যত্মিক বিকাশৰ আৰ্শীবাদ প্ৰাপ্ত হয়।যদি-আপোনাৰ বিশেষ মনৰকামনা আছে-তেন্তে সেয়াকে-ধ্যানত ৰাখি-পূজনৰ সংকল্প লব লাগে।সংকল্প লৈ-সম্পূৰ্ণ বিধি-বিধানেৰে পূজা কৰি সমাপন কৰিব লাগে।এনে কৰিলে-মনৰকামনা পূৰ্ণ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages