আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 7, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today


২০ আঘোন, বুধবাৰ  ইং, ৭ ডিচেম্বৰ ২০২২ ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব,  ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কোন কথাই আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি কৰিব পাৰে।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  যিসকল সমাজ কৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব,    শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি মনত অশান্তি দিব পৰা যি কোনো কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত  ব্যৱসায়িক দিশত সফলতা লাভ কৰিব,আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে । 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, মনত সামান্য খং আৰু অভিমান ভাৱ বাঢ়িব পাৰে, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থকাটো ভাল হব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  প্ৰতিভাৰ বিকাশৰ সুযোগ লাভ কৰিব, ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য কৰ্মক্ষেত্ৰত পৰিবৰ্তন আহিব পাৰে।   ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত জড়িত হ'বলৈ সুযোগ সুবিধা লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কোনো সৰু-সুৰা কথাই আপোনাৰ মনটো সামান্য অস্থিৰ কৰি তুলিব পাৰে। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি       হোৱাৰ যোগ দেখা যায় ।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বা বিৰোধিতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি কৰ্মক্ষেত্ৰত মনৰ আত্মবিশ্বাস  অটুত ৰাখিবলৈ চেষ্টা কৰিব।  


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ বিদ্যা আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে মনত সামান্য অশান্তি  পোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি ব্যয় বা খৰচৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages