আপোনাৰ অলপ সহায়ে মেধাৱী ছাত্ৰী ময়ুৰী গগৈৰ যথেষ্ট সহায় হব : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 10, 2022

আপোনাৰ অলপ সহায়ে মেধাৱী ছাত্ৰী ময়ুৰী গগৈৰ যথেষ্ট সহায় হব : Assamese News

Assamese News


মেট্ৰিকত percentage 94.4%

HS Science ত percentage 84.5%

417 নম্বৰেৰে এইবাৰৰ মেডিকেল প্ৰৱেশিকা পৰীক্ষাত স্হান লাভ। ( Assamese News )  


কিন্তু নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্ত!

দুয়োটা কিডনী বিকল হৈ বৰ্তমান GMC SUPERSPECIALITY হস্পিতালত এডমিট্ হৈ আছে। উপাৰ্জন বুলিবলৈ দেউতাকৰ এখন সৰু পান-তামোলৰ দোকান আছিল যিখন এতিয়া বন্ধ ৰাখিৱলগীয়া হৈছে। বহু সংৱাদ মাধ্যম, ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি গৈয়ো একো সুফল নাপালে। 


উপায় নাপায় এতিয়া অসমৰ ৰাইজৰ ওচৰত আমাৰ জৰিয়তেই তেওঁলোকে সহায় বিচাৰিছে। 

সকলোলৈ এটাই অনুৰোধ নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা বৰঙনি তলৰ account details ত যদি আপোনালোকে আগৱঢ়াই তেন্তে পৰিয়ালটোৰ বহুখিনি সহায় হ'ৱ।( Assamese News )  


লগতে পোষ্টটো শ্বেয়াৰ কৰে যেন যাতে বিষয়টো সংশ্লিষ্ট মহলৰ নজৰত আহে।


ৰোগীৰ নাম: ময়ুৰী গগৈ

বয়স: 19 বছৰ

মাঁকৰ নাম: ইলা মনি গগৈ

দেউতাকৰ নাম: গনেশ গগৈ

ঘৰ: শিৱসাগৰ জাঁজী আমগুৰি


Ac no: 34417709193

Account Holder name: Mayuri Gogoi

IFSC code: SBIN0010552

Amguri Branch


G-pay: 8876268250

UPI-ID: 8876268250@paytm


Assamese News )  


No comments:

Post a Comment

Advertisement

Pages