জলকীয়া কাটোতে হাত পুৰিলে কি কৰিব জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 9, 2022

জলকীয়া কাটোতে হাত পুৰিলে কি কৰিব জানি লওক : Assamese Health Tips

Assamese Health Tips


জলকীয়া কাটিলে-হাত পুৰিলে-কি কৰিব জানো আহক । ( Assamese Health Tips )


*ঠাণ্ডা গাখীৰ-

হাতৰ জ্বলা-পোৰা দূৰ কৰিবলৈ-গাখীৰ হৈছে উত্তম প্ৰতিকাৰ।গাখীৰত থকা চৰ্বিয়ে-জলকীয়াৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে।উত্তম ফলাফলৰ বাবে-ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰক,আৰু যিমান সময় পাৰে-হাত দুখন ডুবাই ৰাখক।গাখীৰে আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে।গাখীৰত কিছু বৰফৰ টুকুৰা মিহলাই ললে-বেছি সকাহ পাব।


*বাচন ধোৱা চাবোন-

বাচন ধোৱা চাবোনে-আপোনাৰ ছালৰ পৰা-জ্বলা-পোৰা গুণ দূৰ কৰিব পাৰে।


*ঘিউ-

জলকীয়া কাটিলে যদি-আপোনাৰ হাতত তীব্ৰ জ্বলা-পোৰা হয়-তেন্তে-ঘিউ ব্যৱহাৰ কৰিব পাৰে। ( Assamese Health Tips )



*এলোভেৰা জেল-

জলকীয়াই পুৰিলে-এলোভেৰাৰ জেল লগালে-সকাহ পোৱা যায়।ই তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে আৰু ছালক সকাহ দিয়ে।


*জলকীয়া কাটোতে-লবলগীয়া সাৱধানতা-


*জলকীয়া কাটোতে-কটাৰিৰ সলনি কেচি ব্যৱহাৰ কৰিব পাৰে।


*জলকীয়া কাটোতে-হাতত গ্লফ পিন্ধি লব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages