অপৰাজিতা ফুলৰ চাহৰ ৯ টা ঔষধি গুণাগুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

অপৰাজিতা ফুলৰ চাহৰ ৯ টা ঔষধি গুণাগুণ : Assamese Health Tips

Assamese Health Tips


অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতা- ( Assamese Health Tips )


১)অপৰাজিতা চাহ সেৱন কৰিলে-স্মৃতিশক্তি বৃদ্ধি,বল,ক্ষয়,আৰু ব্ৰেইন টনিক হিচাপে বহু উপকাৰী।


২/অপৰাজিতা চাহ সেৱন কৰিলে-মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়।


৩/অপৰাজিতা চাহ সেৱন কৰিলে- এন্টিঅক্সিডেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।


৪/অপৰাজিতা চাহ সেৱন কৰিলে-দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম লাভ কৰে।


৫/অপৰাজিতা চাহ সেৱন কৰিলে-অনিদ্ৰা,গাৰ বিষৰ পৰা উপশম পায়। ( Assamese Health Tips )



৬/শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে- চৰ্দি-জ্বৰ-কাঁহৰ পৰা-উপশম পায়।


৭/অপৰাজিতা চাহ সেৱন কৰিলে-চৰ্দি,কাঁহ,এজমা,মাত ভঙা আদিৰ পৰা উপশম পায়।


৮/অপৰাজিতা চাহ সেৱন কৰিলে-চুলিৰ বৃদ্ধি হয়।চুলিৰ উজ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়।


৯/যিসকলৰ সুন্দৰ কন্ঠ,তেওঁলোকে অপৰাজিতাৰ চাহ-নিতৌ-২বাৰকৈ সেৱন কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages