শীতকালত সুস্থ হৈ থাকিবলৈ‌ এইকেইবিধ ফল খাব লাগে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 2, 2022

শীতকালত সুস্থ হৈ থাকিবলৈ‌ এইকেইবিধ ফল খাব লাগে : Assamese Health Tips

Assamese Health Tips


শীতকালত সুস্থ হৈ থাকিবলৈ-এইকেইবিধ ফল খাব লাগে । এতিয়া যেন ধৰালে-শীত নামিছে।শীতকাল অহাৰ লগতে-মানুহবোৰৰ- কাঁহ,চৰ্দি,আৰু জ্বৰ-হোৱা দেখা যায়।চিকিৎসকলৰ মতে-যিসকল লোকৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা দুৰ্বল-এই শীতকালত বিভিন্ন ধৰণৰ ৰোগে-শৰীৰটোক আক্ৰমণ কৰে।এনে পৰিস্হিতিত যদি-সুস্হ হৈ থাকিবলৈ বিচাৰে-তেন্তে-এইকেইবিধ ফল খাব লাগে। ( Assamese Health Tips )


*শীতকালত খাব লগা-ফল কেইবিধ-


১/কল-

শীতকালত কল খোৱাটো স্বাস্থ্যৰ বাবে-ভাল বুলি গণ্য কৰা হয়।কল খালে-শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা-শক্তিশালী হয়।কল খালে-ঠাণ্ডাত সকাহ পোৱা যায়


২/ডালিম-

ডালিমত-এন্টি-বেক্টেৰিয়া আৰু এন্টি-ইনফ্লমেটৰী গুণাগুণ প্ৰচুৰ পৰিমাণে পোৱা যায়।ডালিমত এন্টি-অক্সিডেন্ট অধিক অধিক হাৰত পোৱা যায়ডালিম খালে-শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ-শৰীৰৰ পৰা আঁতৰ হয়।শীতকালত-ডালিমৰ ৰস খালে-শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয়-আৰু শৰীৰ সুস্থ হৈ থাকে।( Assamese Health Tips )


৩/আপেল-

শীতকালত দৈনিক-১তাকৈ আপেল খালে-বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাব পাৰি।চিকিৎসক-বিশেষজ্ঞসকলৰ মতে-আপেলত এন্টি-অক্সিডেন্ট আৰু ফ্লেভোনইড পোৱা যায়।আপেল খালে-চৰ্দি-ডায়েবেটিছ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত-যথেষ্ট সকাহ পোৱা যায়।


৪/কিৱি-

শীতকালত বিক্ৰী হোৱা কিৱি-ফলত এনে বহুতো পুষ্টি থাকে যি ভাইৰাছ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।ই হৈছে-মাইক্ৰ'নিউট্ৰিয়েন্টেৰে সমৃদ্ধ এক বিশেষ ফল।যি হঠাতে-শৰীৰৰ ৰোগ-প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।কিৱি-স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যা আঁতৰ কৰাত কাৰ্যকৰী।ইয়াত পুষ্টি থাকে-যি-কাঁহ আৰু চৰ্দিৰ পৰা সকাহ দিয়ে লগতে সংক্ৰমণৰ বিৰুদ্ধি যুঁজ দিয়ে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages