চয়াবিন কাৰ বাবে বিপদজনক জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 13, 2022

চয়াবিন কাৰ বাবে বিপদজনক জানি লওক : Assamese Health Tips

Assamese Health Tips


চয়াবিনে-হাড়ৰ দুৰ্বলতাৰ পৰা ৰক্ষা কৰে।ইয়াত প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে।চয়াবিনত-কণী-গাখীৰ-মাংসতকৈও অধিক প্ৰটিন থাকে। ( Assamese Health Tips )


ইয়াৰ উপৰিও-চয়াবিনত ভিটামিন বি কমপ্লেক্স, ভিটামিন ই মিনাৰেল আৰু এমিনো এচিড থাকে।এই সকলোবোৰ উপাদানে-শৰীৰৰ প্ৰয়োজনীয় বিকাশত সহায় কৰে আৰু শৰীৰক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে।কিন্তু চয়াবিন সকলোৰে বাবে-উপকাৰী নহয়।


*চয়াবিন কাৰ বাবে-বিপদজনক-


*অত্যাধিক চয়াবিন সেৱন পুৰুষৰ বাবে বিপদজনক।কিন্তু মহিলাৰ বাবে ই-অতি প্ৰয়োজনীয়।দৰাচলতে-চয়াবিনত ইষ্ট্ৰজেন হৰ'মন বেছি থাকে।সেইবাবে-চয়াবিন পুৰুষে বেছিকে খালে-টেষ্টষ্টেৰন হৰ'মন কমিব পাৰে।সেয়হে-পুৰুষক অত্যাধিক চয়াবিন সেৱন নকৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।


*এক অধ্যয়নত দেখা গৈছে যে-চয়াবিনত-চাইট'ইষ্ট জেনছ নামৰ ৰাসায়নিক পৰ্দাথ থাকে।ইয়াৰ হৰ'মনৰ ওপৰত বেয়া প্ৰভাৱ পৰে।চয়াবিনৰ দৰে-খাদ্যৰ পৰা যুৱক-যুৱতীসকল আঁতৰি থকাটো ভাল।বুকু আৰু পেটতো চৰ্বি জমা হয়।


*কাৰ বাবে চয়াবিন উপকাৰী-


*বিশেষজ্ঞসকলৰ মতে-উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে-প্ৰতিদিনে চয়াবিন খাব লাগে।ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।ডায়েবেটিছত চয়াবিন খুৱাটো উপকাৰী।ইয়াত পোৱা প্ৰটিনে-গ্লুক'জ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে। ( Assamese Health Tips )


*মহিলাসকলে চয়াবিন খাব লাগে-


*মহিলাসকলৰ খাদ্য তালিকাত চয়াবিন অন্তৰ্ভূক্ত কৰিব লাগে।এটা নিদিষ্ট বয়সৰ পাছত মহিলাৰ হাড় দুৰ্বল হবলৈ ধৰে।যাৰ ফলত-অষ্টিঅ'পৰ'ছি'ছ নামৰ ৰোগ হয়।ইয়াৰ ফলত-ডিঙিৰ বিষ, কঁকালৰ বিষ আৰু মেৰেদণ্ডৰ বিষ-আদিৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।চয়াবিন খালে-মহিলাৰ অষ্টিঅ'পৰ'ছিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।আনহাতে-চিকিৎসকৰ পৰামৰ্শ লৈহে-গৰ্ভাৱস্থাত চয়াবিন সেৱন কৰিব লাগে।


*মানসিক ৰোগত আক্ৰান্ত হলে-চয়াবিন খাদ্যত অন্তৰ্ভূক্ত কৰিব লাগে।চয়াবিনে মনৰ ভাৰসাম্য ৰক্ষা কৰি বুদ্ধি গঢ়ি তোলে।কেৱল চয়াবিনৰ ইমানবোৰ উপকাৰী আছে যে-চয়াবিন খালে-আপুনি,প্ৰটিন-ভিটামিন-কেলচিয়াম-

আইৰণ-ফছফৰাছ, কপাৰ, পটাছিয়াম,মেগনেছিয়াম আৰু জিংক আদি পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে।যিবোৰ যিকোনো মানুহৰ শৰীৰৰ বাবে-অতি প্ৰয়োজনীয়।


*চয়াবিন নিঃসন্দেহে-প্ৰটিনৰ এক উত্তম উৎস।কিন্তু চয়াবিন বেছিকৈ খালে-স্বাস্থ্যৰ ক্ষতি হব পাৰে।ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে-এলাৰ্জীৰ সমস্যা হব পাৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages