চৰ্দি-কাঁহৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 1, 2022

চৰ্দি-কাঁহৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় : Assamese Health Tips

Assamese Health Tips


*শীত মানেই-হাজাৰ সমস্যা।কাৰণ গৰমৰ পৰা-ঠাণ্ডা অহাৰ এই সময়ছোৱাত-বতাহত ধূলিকণাৰ পৰিমাণ বাঢ়ে।ফলত ৰোগ-জীৱাণুৰ প্ৰকোপো বাঢ়ে।সেয়ে-হঠাৎ ঠাণ্ডা লগা,এলাৰ্জিজনিত চৰ্দি-কাঁহ,ডাঙি খুচখুচনি-জাঙুৰি ধৰে। ( Assamese Health Tips )


*ইপিনে-অতিমাৰীৰ পাছত সামগ্ৰীকভাৱে ৰোগ-প্ৰতিৰোধৰ ক্ষমতা কম-বেছি পৰিমাণে সকলোৰে কমিছে।এনে পৰিস্থিতিত সৰুৰ পৰা বয়োজেষ্ঠ-সকলোৰে বাবে-উপকাৰী হব পাৰে-তুলসী পাতেৰে প্ৰস্তুত-এই বিশেষ চাহ।


*তুলসীৰ গুণ অক্ষুন্ন ৰাখি-চাহ প্ৰস্তুত কৰা কিন্তু কঠিন নহয়! হাততেই-সকলো উপকৰণ থাকোঁতেই-কেৱৰ বজাৰৰ পৰা টি-বেগ,ক্ৰয় কৰিবলৈ কিয় যাব! ( Assamese Health Tips )


*এই চাহৰ-উপকৰণ-


*পানী-২কাপ। মৌ-২চামুচ। জাইফল-এচিকুট।

তুলসী পাত-৮খিলা।

নেমু-২টুকুৰা। দালচেনি গুড়ি-অলপ।


*প্ৰস্তুত প্ৰণালী-

প্ৰথমে পাত্ৰত-২কাপ পানী উতলাই লওঁক।উতলা পানীত-দালচেনি দিব।তাৰপাছত সকলো-উপকৰণ দি-ভালদৰে উতলাই লব। তাৰপাছত-কাপত ঢালি-কাটি ৰখা নেমুৰ টুকুৰা দি-গৰমে গৰমে-পৰিৱেশন কৰক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages