এই কাৰ্য্যৰ দ্বাৰা আপোনাৰ জীৱনত উন্নতি হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 9, 2022

এই কাৰ্য্যৰ দ্বাৰা আপোনাৰ জীৱনত উন্নতি হব : Assamese Fact

Assamese Fact


ঘৰত কেতিয়াও পাৰ ৰখাৰ চেষ্টা কৰিব নালাগে বুলি পৰামৰ্শ আগবঢ়াইছে-বিশেষজ্ঞই। ( Assamese Fact ) 


অৱশ্যে ঘৰৰ পৰা দূৰত-পাৰৰ বাবে ঘৰ সাঁজি দিব পাৰে।কিন্তু আপুনি যদি-দৈনিক পাৰক খাদ্য খুৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে-ই আপোনাৰ জীৱনলৈ এনে-পৰিৱৰ্তন আনিব-যত আপুনি মনত অনাবিল শান্তি লাভ কৰিব আৰু শৰীৰ সুস্থ থকাত সহায় কৰিব।


*আপোনাৰ ঘৰলৈ ইতিবাচক খবৰ আহিব।কিন্তু মনত ৰাখিব-কেতিয়াও পাৰ ঘৰতবাস কৰিবলৈ সুবিধা নিদিব।ই আপোনাৰ বেয়া দিনলৈ আগবঢ়াই নিব।পাৰৰ গৃহ প্ৰৱেশ আপোনাৰ ঘৰলৈ নেতিবাচক খবৰ কঢ়িয়াই আনিব লগতে-পাৰৰ বিষ্ঠাৰ পৰা সদায় দূৰৈত থাকিব।খাবলৈ দিবলৈ-কোনো পাত্ৰ ব্যৱহাৰ নকৰিব।কাগজ আদি পাৰি খাবলৈ দিব।


*একেদৰে-আপুনি গৰু-কুকুৰ আদিকো খোৱাব পাৰে-তেন্তে ইয়ো আপোনাৰ জীৱনলৈ শুভ সংবাদ কঢ়িয়াই আনিব।অৰ্থাৎ যিমান পাৰে-জীৱ জন্তুক খোৱাবলৈ চেষ্টা কৰক।এই কাৰ্য্যৰ দ্বাৰা আপোনাৰ জীৱনত উন্নতি হব।( Assamese Fact )


ভগৱান শ্ৰী কৃষ্ণক গোবিন্দ কিয় কোৱা হয়!


এদিন ভগৱান কৃষ্ণৰ ওচৰলৈ কামধেনু গৰু স্বৰ্গৰ পৰা আহিল।কামধেনু গৰুৱে শ্ৰী কৃষ্ণক কলে যে-তেওঁ দেৱলোকৰ পৰা-ভগৱান শ্ৰী কৃষ্ণৰ অভিষেক কৰিবলৈ আহিছে-কাৰণ ভগৱান শ্ৰী কৃষ্ণই পৃথিৱীত ঘৰুৰ ৰক্ষা কৰিছে। 


কামধেনু গৰুৱে-শ্ৰী কৃষ্ণক পবিত্ৰ জলেৰে অভিষেক কৰিলে আৰু তেওঁক অন্তৰৰ পৰা ধন্যবাদ জনালে।সেই সময়তে ইন্দ্ৰদেৱে নিজৰ বাহন হাতীত বিৰাজমান হৈ-সেই স্থানত উপস্থিত হল-আৰু তেওঁ শ্ৰী কৃষ্ণক আৰ্শীবাদ দিলে আৰু কলে-আপোনাৰ এই পূণ্য কায্যৰ বাবে-সম্পূৰ্ণ বিশ্ব বাসীয়ে আপোনাক গোবিন্দ নামেৰে জানিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages