যদি আপুনি পাই এই সংকেত তেতিয়া বুজিব লাগে শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 10, 2022

যদি আপুনি পাই এই সংকেত তেতিয়া বুজিব লাগে শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে : Assamese Fact

Assamese Fact


যদি আপুনি পাই এই সংকেত-তেতিয়া বুজিব লাগে-শীঘ্ৰে আপোনাৰ মৃত্যু হবলৈ আছে?( Assamese Fact )


*যমৰাজৰ কথা শুনিলেই সকলোৱে ভয় কৰে।কাৰণ যমৰাজক মৃত্যুৰ দেৱতা কোৱা হয়।কিন্তু সঁচাটো এয়া যে-এদিন নহয় এদিন যমৰজাই সকলোকে নিবলৈ আহে।কিন্তু যমৰজাই মৃত্যুৰ অহাৰ আগে-সকলোকে এই কথা-প্ৰমাণিত কৰে যে-তেওঁৰ মৃত্যু বহু ওচৰত।আশ্বয্যকৰ হয়।কিন্তু এয়া একেবাৰে শুদ্ধ।যমৰজাই ব্যক্তিক মৃত্যুৰ পূৰ্ৱে এই ৪টা সৎকেত দিয়ে।


১)মৃত্যু অহাৰ আগে যমৰজাই মানৱ দেহৰ বেয়াৰ দ্বাৰা তেওঁক সংকেত দি থাকে যে-তেওঁৰ সময় এতিয়া নিচেই ওচৰত।যাৰ মাজত সকলোতকৈ প্ৰথম-মানৱ দেহৰ চুলি বগা হোৱাটো।যদি যমৰজাৰ প্ৰথম সংকেত-ব্যক্তিৰ চুলি বগা হোৱাটো হয়-তেন্তে-এয়া কয় যে-আপোনাৰ বয়স বৃদ্ধি হৈছে।পৃথিৱীৰ মোহ-মায়াৰ পৰা ওলাবলৈ আৰম্ভ কৰি দিব লাগে।


২/দ্বিতীয় সংকেত হৈছে-ব্যক্তিৰ দাঁত সৰা।যেতিয়াপৰা ব্যক্তিৰ দাঁত সৰিবলৈ লৈ-তেতিয়া ব্যক্তিয়ে বুজিব লাগে যে-এতিয়া তেওঁৰ শৰীৰে মুক্তিৰ বাবে বাট চাইছে।সাংসাৰিক মোহ মায়া ত্যাগ কৰিব লাগে।( Assamese Fact )


৩/যমৰজাই মৃত্যুৰ পূৰ্ৱে তৃতীয় সংকেত দিয়ে-ব্যক্তিৰ জ্ঞানন্দ্ৰিয়ৰ জৰিয়তে।অৰ্থাৎ যেতিয়া কোনো ব্যক্তিৰ জ্ঞানন্দ্ৰিয় দুৰ্বল হবলৈ লৈ-দেখা পোৱাত,শুনাত,আৰু বুজিপোৱাৰ শক্তি কম হবলৈ ধৰে,তেতিয়া বুজিব লাগে যে-ব্যক্তিজনে এতিয়া সকলো সম্পৰ্কৰ সৈতে সকলো বস্তুৰ মোহ এৰি আত্মচিন্তন কৰিব লাগে।যাৰ দ্বাৰা মুক্তি প্ৰাপ্ত হয়!


৪/যমৰজাৰ চতুৰ্থ বিশেষ সংকেত হৈছে যে-ব্যক্তিয়ে ভগৱানৰ সহায় লব লাগে।আৰু যেতিয়া ব্যক্তিৰ কমৰ পৰে আৰু শৰীৰে নিজৰ বুজা  লব নোঁৱাৰা হয়।তেতিয়া ভগৱানৰ সহায় লব লাগে আৰু জীৱনৰ পৰা মুক্তি পাব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages