নাৰীক সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য-পুৰুষৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

নাৰীক সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য-পুৰুষৰ : Assamese Fact

Assamese Fact


 সুন্দৰ এটি লিখনি-


*তুমি নাৰীৰ প্ৰেম দেখিছা।তুমি সেই নাৰীৰ যত্ন দেখিছা।তুমি নাৰীক শিশুৰ দৰে-পাগল হোৱা দেখিছা! তুমি নাৰীক অসক্ষায় অৱস্থাত-তোমাক সাৱটি কান্দি থকা দেখিছা!( Assamese Fact )


*পিৰিয়ডৰ সময়ত-প্ৰবল বেদনাত সেইজনী নাৰীক হাঁহি থকা দেখিছা!তুমি হাজাৰবাৰ ঠেলি দিয়াৰ পাছতো-সেইজনী নাৰীক তোমাৰ কাষলৈ অহা দেখিছা!


*ইমানবোৰৰ পাছত তুমি নাৰীৰ জেদ বা কঠোৰ অভিমান দেখা নাই।


*বিদ্ৰ-

এগৰাকী নাৰীৰ অভিমান বৰ ভয়ংকৰ।নাৰীয়ে-তোমাক ভালপায়-যেনেকৈ-তোমাক তেনেকৈ সুৰক্ষিত কৰিবও জানে।ঠিক-তেনেদৰে-তোমাৰ অৱহেলাৰ পৰা নিজকে-আঁতৰাই-মৌন হৈ থাকিবওঁ জানে।( Assamese Fact )


*তুমি কি-ভাবা,সেই ধৰণৰ ভালপোৱা-প্ৰেম আৰু মৰম চিৰদিনৰ বাবে থাকি যাব।কেতিয়াও শেষ নহয়।অভিমান তেওঁৰো আছে-

খং-তেওঁৰো আছে।সেয়ে যি-আজি তোমাৰ নিচাত মত্ত,যাৰ ওচৰত তুমি বহুত মূল্যৱান,তেওঁক মূল্য দিবলৈ শিকক।


*নহলে-অভিমানত নাৰীয়ে-মুখ ঘুৰাই দিলে-সেই নাৰীক-তাৰপৰা ঘুৰাই অনাটো বৰ কঠিন।যি-তোমাক ভালপাই-আপোনালৈ টানে-অভিমানত সি মুখ ঘুৰাবঁও জানে। গতিকে-সময় থাকোতে-মানুহজনীক মূল্য দিয়ক।


*নহলে-কোনে জানে-আজি যিজনে-তোমাৰ নিচাত মত্ত-কাইলৈৰপৰা লৈ লব-তেওঁ অকলে জীয়াই থকাৰ চৰ্ত। নাৰীক সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য-পুৰুষৰ। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages