আপোনাৰ হাততো আছে নেকি এই বিশেষ ৰেখা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 2, 2022

আপোনাৰ হাততো আছে নেকি এই বিশেষ ৰেখা : Assamese Fact

Assamese Fact


যদি আপোনাৰ হাতত-Mচিহ্ন আছে-তেন্তে কি আছে-আপোনাৰ ভাগ্যত!( Assamese Fact )


যদি আপোনাৰ হাতত-Mচিহ্ন আছে,তেন্তে কি আছে-আপোনাৰ ভাগ্যত! মানুহৰ হাতৰ বিষয়ে-তথ্য-অৰ্থাৎ হাত দুখনেই কব যে-আপুনি কেনেধৰণৰ মানুহ।আচলতে-হাত দুখন দাপোনৰ দৰে।আপুনি কিবা কৰাৰ লগে লগে-আপোনাৰ হাত দুখনে-ঠিক তাকেই দেখুৱাব। জ্যোতিষীসকলে এজন ব্যক্তিৰ হাতৰ ৰেখা-বিচাৰ কৰি তেওঁৰ বিষয়ে-ভাল-বেয়া কবলৈ চেষ্টা কৰে।


হাতৰ বিভিন্ন ৰেখাৰ নামো দিব পাৰে।যেনে-

Heart Line, Ayu Line, Bhagya Line,ইত্যাদি। ইমানবোৰ শাৰীৰ মাজত কেতিয়াবা হাতৰ তলত-M'ৰ দৰে ৰেখা পোৱা গৈছেনে!এতিয়া আমি মানুহৰ হাতলৈ চাই চিনিব পাৰোঁ।যদি-M'থাকে-তেতিয়াহে।( Assamese Fact )


যদি-কোনো পুৰুষৰ হাতত Mথাকে-তেতিয়া-তেওঁ বৰ আশাব্যঞ্জক।মানে খুব সংবেদনশীল।যিকোনো উদ্যোগত সফলতা পাব।যদি ছোৱালী হয়-তেন্তে-সেই ছোৱালীজনী যদি প্ৰেমত পৰে-তেন্তে সম্পৰ্কৰ ভৱিষ্যৎৰ প্ৰতি কোনো চিন্তা নাই। গতিকে-চকু মুদি বিশ্বাস কৰিব পাৰি।


নাৰীৰ হাতত M-থাকে-তেন্তে-পুৰুষতকৈও শক্তিশালী হব পাৰে। দুয়োজন প্ৰেমিকৰ হাতত যদি-M-থাকে-তেন্তে-সেয়া ৰাজোতক।কিন্তু তেনে-ক্ষেত্ৰটো সফলতাৰ ক্ষেত্ৰটো ছোৱালী আগবাঢ়িব। M-থকা ল'ৰা-ছোৱালীয়ে যিকোনো পৰিস্থিতিৰ লগত সহজেই নিজকে খাপ খুৱাব পাৰে।( সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages