গৰু গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিউৰ ঔষধি গুণাগুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 6, 2022

গৰু গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিউৰ ঔষধি গুণাগুণ : Assamese Fact

Assamese Fact


গৰু গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিউ এক উচ্চ গুণ সম্পন্ন তেল জাতীয় খাদ্য দ্ৰব্য।( Assamese Fact )

  

ঘিউত অতি উন্নত মানৰ এণ্টি-অক্সিডেণ্ট আৰু এণ্টি ভাইৰেল গুণ যুক্ত উপাদানেৰে ভৰপুৰ। সেয়ে ঘিউক সুস্বাস্থ্যৰ উৎস বুলি ক'ব পাৰি।আয়ুবেৰ্দ চিকিৎসাত ঘিউৰ ব্যৱহাৰ অপৰিসীম।


শীত কালত নিয়মিয়াকৈ ঘিউ খালে শৰীৰ গৰম হৈ থাকে ।ছালৰ শুকান ভাৱ নোহোৱা হয়।


ৰাতিপুৱা খালি পেটত এগিলাচ গৰম পানীত এচামুচ ঘিউ মিহলাই খালে শৰীৰৰ ৰক্ত সঞ্চালন সঠিক ভাৱে থাকে। শৰীৰ সুস্থ-সবল হয়।


আয়ুবেৰ্দ শাস্ত্ৰৰ মতে ঘিউ খালে মগজুৰ কাৰ্য্যক্ষমতা বাঢ়ে। স্মৰণ শক্তি বৃদ্ধি হয়। স্নায়ুতন্ত্ৰ সবল হয়।


গৱেষক সকলৰ মতে ঘিউৱে তেজত অপকাৰী কলেষ্টৰল কম কৰে।হৃদযন্ত্ৰ সুৰক্ষিত কৰে।


ঘিউৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।


পাকস্থলীৰ বাবে ঘিউ উপকাৰী।খাদ্য হজম কৰে। ভোক বঢ়ায়।এচিডিটি,বদহজম দূৰ কৰে ।( Assamese Fact )


কোষ্ঠকাঠিন্যতাৰ সমস্যাত ঘিউ অতি উপকাৰী।


গাথিৰ বিষত ভোগা সকলে খাদ্যত ঘিউ ব্যৱহাৰ কৰিলে উপকৃত হয়।


ঘিউৱে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি গৱেষনাত প্ৰমাণিত হৈছে।


ঘিউ চকু,হাড় আৰু চুলিৰ বাবে অতি উপযোগী।


ঘিউৱে শৰীৰত শক্তি যোগান ধৰে। শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।


ঘিউত থকা এমাইনো এচিডে শৰীৰৰ চৰ্বি কম কৰাত সহায় কৰে। ফলত শৰীৰৰ ওজন কম হয়।

   (সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages