শীতকালত মূলা কিয় খাব লাগে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 2, 2022

শীতকালত মূলা কিয় খাব লাগে জানি লওক : Assamese Fact

Assamese Fact


মূলা সাধাৰণতে-পূণপতীয়াকৈ বা চালাডৰ ৰূপত খোৱা হয়।মূলাত পুষ্টিকৰ উপাদানৰ অভাৱ নাই।যদি আপুনি মূলা খায়-তেন্তে-শৰীৰত ভিটামিন-এ,ভিটামিন চি,আইৰণ,কেলছিয়াম আৰু ফছফৰাছ পোৱা যায়।যিবোৰ আমাৰ স্থাস্ব্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।( Assamese Fact )


ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-যেতিয়া শীতকাল আহে-তেতিয়াই সংক্ৰমণৰ সম্ভাৱনা পূৰ্বতকৈ অধিক বৃদ্ধি পায়।যদি আমাৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা ভাল হয়-তেন্তে আমি সংক্ৰমণৰ পৰা হাত সাৰিব পাৰোঁ।সেইবাবে-দৈনিক মূলা খালে-ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।


চৰ্দি আৰু কাঁহ প্ৰতিৰোধ-

শীতকালত চৰ্দি কাঁহৰ আশংকা সদায়ে থাকে।ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে মূলা খাব পাৰে।যাতে এনে ৰোগৰ সৃষ্টি নহয়।( Assamese Fact )


ডায়েবেটিছত ফলপ্ৰসূ-

ডায়েবেটিছত আক্ৰান্ত সকলে মূলা খোৱাটো-কোনো ঔষধতকে কম বুলি গণ্য কৰা নহয়।মূলা খালে-তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে।অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লৈ খাব লাগে।


হৃদযন্ত্ৰ স্বাস্থ্যৰ বাবে-উপকাৰী- শীতকালত পোৱা এবিধ পাচলি মূলা-আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে-অতি উপকাৰী বুলি বিবেচিত হয়।ইয়াৰ ফলত-হাৰ্ট-এতেক কৰনাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages