যাৰ কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয় সেইসকলে ব্যৱসায়,শিক্ষা আৰু চাকৰিত সফলতা অৰ্জন কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 7, 2022

যাৰ কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয় সেইসকলে ব্যৱসায়,শিক্ষা আৰু চাকৰিত সফলতা অৰ্জন কৰে : Assamese Fact

Assamese Fact


জ্যোতিষ শাস্ত্ৰ অনুসাৰে সকলো ৯গ্ৰহৰ মাজত বুধ গ্ৰহক তটষ্ট গ্ৰহ মনা হয়।ইয়াৰ অৰ্থ এয়া যে-অন্য গ্ৰহৰ দৰে হোৱাটো বুধ গ্ৰহে অনুৰূপৰ দ্বাৰাই ফল প্ৰদান কৰে।( Assamese Fact )



যদি বুধ গ্ৰহ-গুৰু,শুক্ত আৰু বলৱান চন্দ্ৰমা লগত যুতি বনাই-তেন্তে এয়াই জাতক সকলক শুভ ফল প্ৰদান কৰে।যদি বুধ গ্ৰহৰ সংগতি- মংগল,শনি,ৰাহু-কেতু আৰু সূয্যৰ লগত হয়-তেন্তে অশুভ ফল প্ৰদান কৰে।বুধ গ্ৰহ কন্যা আৰু মিথুন ৰাশিৰ স্বামী গ্ৰহ হয়।কন্যা-বুধ গ্ৰহৰ উচ্চ ৰাশি আৰু মীন ৰাশিক বুধ গ্ৰহৰ নীচ ৰাশি হয়।জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহক-বাণী,বুদ্ধি,গণিত আৰু সংবাদৰ কাৰক গ্ৰহ মনা হয়।যাৰ কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয়-সেইসকলে ব্যৱসায়,শিক্ষা আৰু চাকৰিত সফলতা অৰ্জন কৰে।যদি কাৰোবাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হয়-সেই লোক সকলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।


বুধ গ্ৰহ দুৰ্বল হোৱাৰ কিছু সংকেত-


যদি আপোনাক এনে লাগে-আপুনি দিনক দিনে ধাৰৰ বোজাত-ডুবি গৈছে,তেন্তে এয়া আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হোৱাৰ সংকেত হয়।Assamese Fact )


ব্যক্তিৰ মান-সন্মান কম হোৱাত বুধ গ্ৰহ দুৰ্বল হোৱাৰ লক্ষণ হয়।


যেতিয়া ব্যক্তিৰ মুখৰ লগত সম্বন্ধিত ৰোগ হয় আৰু মুখ মণ্ডলৰ পৰা উজ্বলতা নাইকিয়া হয়-তেতিয়া বুজিব আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হৈছে।


যদি ব্যক্তিৰ পঢ়াৰ ক্ষমতা দুৰ্বল হবলৈ ধৰে-তেতিয়া বুজিব লাগে-বুধ গ্ৰহ দুৰ্বল হৈছে।


কথা কোৱাৰ ক্ষমতাত কোনো ধৰণৰ দোষ হলে-ব্যক্তিৰ কুণ্ডলীত বুধ গ্ৰহ দোষিত মনা হয়।


চাকৰি বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব নোঁৱাৰিলেও-কুণ্ডলীত বুধ গ্ৰহৰ দোষ মনা হয়।


বুধ গ্ৰহক শক্তিশালী কৰাৰ উপায়-


জাতকৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হোৱাত পন্না ৰত্ন পিন্ধিবলৈ কোৱা হয়।কিন্তু এই  কথা ধ্যান দিব লাগে যে-পন্না ৰত্ন পিন্ধাৰ আগে কোনো যোগ্য জ্যোতিষিৰ ওচৰলৈ যাব লাগে।


বুধ গ্ৰহক শক্তিশালী কৰিবলৈ ভগৱান গণেশৰ উপাসনা বিধি-বিধানেৰে কৰিব লাগে।


যদি কাৰোবাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হয়-তেন্তে সেই ব্যক্তিয়ে সদায়ে-

ঔম বুধায়ে নমাহঃ, মন্ত্ৰটি জাপ কৰাটো শুভ মনা হয়।


বুধ গ্ৰহক শক্তিশালী কৰিবলৈ বুধবাৰৰ দিনা-মগু দালি দান কৰিব লাগে।  (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages