ঘৰলৈ-এই উদ্ভিদে লৈ আনে-সুখ-সমৃদ্ধি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 13, 2022

ঘৰলৈ-এই উদ্ভিদে লৈ আনে-সুখ-সমৃদ্ধি : Assamese Fact

Assamese Fact


ঘৰলৈ-এই উদ্ভিদে লৈ আনে-সুখ-সমৃদ্ধি।।মা লক্ষ্মীৰ আৰ্শীবাদ থাকে সদায়ে।( Assamese Fact )


*হিন্দু ধাৰ্মিক মান্যতা আৰু বাস্তু শাস্ত্ৰ অনুসাৰে গছ-গছনিয়ে জীৱনত সকাৰত্মক ওৰ্জাৰ কাৰক মনা হয়।তাৰে-মাজতে-কিছু গছ-গছনি আছে-যত দৈবীক শক্তিৰ বাসস্থান মনা হয়।তেনেদৰে-এই সমূহ উদ্ভিদ ঘৰত ৰোপণ কৰিলে-স্বাস্থ্যৰ লগতে ধাৰ্মিক দৃষ্টি কোণৰ পৰাও বহুত শুভ মনা হয়।


*হালধি উদ্ভিদত বহু পোষক তত্ব আছে।যিয়ে-আপোনাৰ স্বাস্থ্যৰ বাবে-বহুত লাভজনক হয়।বাস্তু শাস্ত্ৰ অনুসাৰে-হালধি উদ্ভিদ ঘৰৰ বাবে-বহুত শুভ হয়।


হালধি উদ্ভিদত দৈৱীক শক্তিৰ বাস মনা হয়।মান্যতা অনুসাৰে-হালধি উদ্ভিদ ঘৰত ৰোপণ কৰি-ভালদৰে চোৱা-চিতা কৰিলে-মা লক্ষ্মীৰ আৰ্শীবাদ ঘৰত সদায়ে বৰ্তি থাকে।( Assamese Fact )


*হালধি উদ্ভিদৰ লাভ-


*বাস্তু শাস্ত্ৰ অনুসাৰে-আপোনাৰ ঘৰত হালধি উদ্ভিদ ৰোপণ কৰিলে-আপোনাৰ আশে-পাশে থকা নকাৰত্মক শক্তি দূৰ হয় আৰু পৰিয়ালৰ লোকসকলৰ মাজত মৰম বৰ্তি থাকে।ইয়াৰ লগতে-ধাৰ্মিক মান্যতা অনুসাৰে-গুৰুবাৰৰ দিনা ভগৱান বিষ্ণুক হালধিৰ তিলক লগালে-জীৱনত সুখ-সমৃদ্ধিৰ বাস হয়।


জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে-ঘৰত হালধি উদ্ভিদ ৰোপণ কৰিলে-কুণ্ডলীত বৃহস্পতি গ্ৰহৰ শক্তিশালী ৰূপে পোৱা যায়।আৰু নিয়মিত ভাৱে চোৱা-চিতা কৰিলে-ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপা সদায়ে থাকে।


*কোন ঠাইত লগাব লাগে-হালধি উদ্ভিদ-


*হালধি উদ্ভিদৰ সৰ্বোত্তম লাভ-প্ৰাপ্ত কৰিবলৈ-হালধি উদ্ভিদক শুদ্ধ দিশত ৰোপণ কৰিব লাগে।বাস্তু শাস্ত্ৰ অনুসাৰে-হালধি উদ্ভিদক ঘৰৰ আগ্নেয় কোণত ৰাখিলে-বাস্তু দোষৰ পৰা মুক্তি পোৱা যায়।গৃহৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আৰু ঘৰৰ লোক সকলৰ মাজত প্ৰেম বৰ্তি থাকিবলৈ-হালধি উদ্ভিদক ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰখাটো শুভ মনা হয়।(সংগহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages