ভুলতো কাৰোৰেপৰা এই সমূহ বস্তু বিনামূলীয়াকে নলব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 12, 2022

ভুলতো কাৰোৰেপৰা এই সমূহ বস্তু বিনামূলীয়াকে নলব : Assamese Fact

Assamese Fact


বাস্তু শাস্ত্ৰত-এনে কিছুমান কথা কোৱা হৈছে-যিবোৰ গুৰুত্ব নিদিলে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হব পাৰে।তেনে কথাৰ ভিতৰতে হৈছে-কিছুমান বস্তু বিনামূলীয়াকৈ গ্ৰহণ নকৰা।( Assamese Fact )


যদি-এই বস্তুবোৰ কাৰোবাৰ পৰা বিনামূলীয়াকৈ লোৱা হয়-তেনেহলে ইয়াৰ পৰা বাস্তু-দোষৰ সৃষ্টি হয়। দেৱী লক্ষ্মী অসন্তষ্ট হয় আৰু জীৱনলৈ দ্ৰুতগতিত দৰিদ্ৰতা আহে।বাৰে বাৰে ধন হেৰুৱাই আৰু প্ৰগতিৰ পথ বন্ধ হৈ যায়।


*নিমখ-

বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি-নিমখৰ সম্বন্ধ শনিৰ সৈতে আছে।যদি-কাৰোবাৰ পৰা বিনামূলীয়াকে নিমখ লৈ-ব্যৱহাৰ কৰে-তেনেহলে সেই লোকজনৰ ধাৰ বাঢ়ে।সেই লোকজনক বহু ৰোগে আগুৰি ধৰে আৰু চাওঁতে-চাওঁতে-লোকজনৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটে।


২/বেজী-

বিনামূলীয়াকৈ-কাৰোৰে পৰা কেতিয়াও-বেজী নলব।এনে কৰিলে-সম্পৰ্ক নষ্ট হয়।বিনামূলীয়াকৈ লোৱা বেজী ব্যৱহাৰ কৰিলে-বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ পৰে।লগতে-আৰ্থিকভাৱে লোকচান হয়।গতিকে-বেজী নিজে কিনিহে ব্যৱহাৰ কৰক।( Assamese Fact )


৩/ৰুমাল-

কাৰোবাৰ ৰুমাল ব্যৱহাৰ কৰা বা উপহাৰ হিচাপে ৰুমাল দিয়া-ডাঙৰ ক্ষতিৰ কাৰণ হব পাৰে।বিনামূলীয়াকৈ লোৱা-ৰুমাল ব্যৱহাৰ কৰা-সম্পৰ্কিত লোকজনৰ-সৈতে আপোনাৰ কাজিয়াৰ কাৰণ হব পাৰে।তাৰ দ্বাৰা সম্পৰ্ক ভাঙিব পাৰে।


৪/লোহা-

লোহাৰ সৈতেও-শনিৰ সম্পৰ্ক আছে।কুণ্ডলীত যদি-শনি অশুভ হৈ আছে-তেন্তে শনিৰ সৈতে-সম্পৰ্কিত বস্তুদান কৰিব লাগে।যাতে-সমসাবোৰৰ পৰা সকাহ পাব পাৰে।একে-সময়তে কাৰোবাৰ পৰা-বিনামূলীয়াকৈ লোহা বা লোৰ সামগ্ৰী লোৱাটো-সমস্যাবোৰৰ নিজেই আমন্ত্ৰণ কৰা হয়।ইয়াৰ ফলত-ঘৰলৈ দৰিদ্ৰতা,জীৱনত বাধা,চাপ আদিৰ কাৰণ হয়।


৫/তেল-

শনিৰ দোষ-কষ্টৰ পৰা সকাহ পাবলৈ-তেল দান কৰা বা শনিদেৱক-তেল আগবঢ়োৱাটো অতি কাৰ্য্যকৰী উপায় বুলি গণ্য কৰা হয়।কিন্তু-কাৰোবাৰ পৰা বিনামূলীয়াকে তেল ললে-আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে।এনে কৰাৰ দ্বাৰা-আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হব পাৰে।আপুনি বেয়াকৈ আৰ্থিক সমস্যাৰ-ভুক্তভোগী হব পাৰে।( সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages