পত্নীৰ এই চাৰিটা গুণ থাকিলে-স্বামী সুখী হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

পত্নীৰ এই চাৰিটা গুণ থাকিলে-স্বামী সুখী হয় : Assamese Fact

Assamese Fact


*আচাৰ্য্য চাণক্য আছিল-এজন মহান কৌশলবিদ-ৰাজনীতিবিদ, কুটনীতিবিদ-অৰ্থনীতিবিদ।আচলতে তেওঁ কেৱল জীৱনৰ সকলো দিশতে গভীৰভালেই অধ্যয়ন কৰাই নহয়-মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও এক বিস্তৃত ধাৰণ দিছিল।আজিও তেওঁৰ কথাবোৰক চিৰন্তৰ বুলি গণ্য কৰা হয়।( Assamese Fact )



*আচাৰ্য্য চাণক্যই জীৱনত দিয়া নীতি সমূহ-মানি চলিলে তেওঁ-জীৱনত চৰম উন্নতি সাধন কৰিবলৈ সক্ষম হব।কথাত আছে যে-এজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান থাকে। এই-৪টা গুণ নাৰীৰ থাকিলে-স্বামী সুখী হয়।


পত্নীৰ এই চাৰিটা গুণ থাকিলে-স্বামী সুখী হয়।

১/শান্ত মহিলা-


*আচাৰ্য্য চাণক্যৰ মতে-অত্যন্ত শান্ত নাৰীক-দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়।এজনে পুৰুষে যদি জীৱনত কোনোবা নিৰৱ-শান্ত পত্নীৰ সমৰ্থন পায়-তেন্তে তেওঁক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়।ঘৰত সুখ-শান্তি বজাই ৰখাৰ লগত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে-এই সকল মহিলাই।আৰু পৰিয়ালটো সমৃদ্ধিশালী হয়।


২/যি গৰাকী নাৰীৰ ইচ্ছা সীমিত-


*আচাৰ্য্য চাণক্যই-তেওঁৰ প্ৰবাদত কৈছে যে-যি গৰাকী নাৰীৰ ইচ্ছা সীমিত-তেওঁৰ স্বামী অতি সৌভাগ্যৱান।চাণক্য নীতিতি কোৱা হৈছে যে-বহুক্ষেত্ৰত স্বামীয়ে পত্নীৰ ইচ্ছা পূৰণৰ বাবে-দৈনিক কাৰ্য্যত লিপ্ত হয়।যাৰ বাবে-তেওঁ বহু বিপদৰ সন্মুখীন হবলগীয়া হয়।কিন্তু নাৰীৰ ইচ্ছা সীমিত হলে-অৰ্থাৎ অলপতে সুখী হলে-স্বামীৰ জীৱনটো সুখী হৈ পৰে।( Assamese Fact )



৩/সততা থকা মহিলা-


*যিগৰাকী নাৰীৰ মাজত সততা থাকে-সেই নাৰীৰ স্বামী বহুত সুখী হয়।সেইবাবে এজনী মহিলাৰ সতত থকাটো অতি প্ৰয়োজন।আৰু যিগৰাকী মহিলাৰ সততা আছে-তেওঁৰ স্বামী অত্যন্ত সুখী।


৪/মধ্যমীয়া-


* আচাৰ্য্য চাণক্যৰ মতে-যিজন পুৰুষৰ পত্নী বিনয়ী হয়-তেন্তে তাতকৈ সৌভাগ্যৱান পৃথিৱীত কোনো নাই।এনে গুণ থকা নাৰীক-বিয়া কৰোৱা পুৰুষজনে সুখী জীৱন-যাপন কৰিব পাৰে।তদুপৰি এই গুণ থকা নাৰীয়ে আত্মীয়-স্বজন বা ওচৰ-চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages