বিবাহ সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ কৰক এই উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 10, 2022

বিবাহ সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ কৰক এই উপায় : Assamese Fact

Assamese Fact


কল গছৰ পূজাৰ বিধি-


মান্যতা অনুসাৰে কলগছত শ্ৰী হৰিৰ বাসস্থান আৰু গুৰু গ্ৰহ বৃহস্পতিৰ লগতো কল গছৰ সম্বন্ধ আছে।সেইবাবে এই দিব্য উদ্ভিদৰ পূজাৰ বিধিও বিশেষ হয়।( Assamese Fact )


কল গছৰ উত্তম বিধি হৈছে-


*বৃহস্পতিবাৰে পুৱা স্নান কৰি-হালধীয়া বস্ত্ৰ পৰিধান কৰি-কল গছত জল অৰ্পণ কৰি-কল গছৰ ৯ বাৰ পৰিক্ৰমা কৰিব লাগে।


*কল গছৰ সন্মুখত গুড় আৰু বুটৰ ভোগ দিব লাগে।তাৰেপাছত কল গছৰ সন্মুখত বহি-শ্ৰী হৰি বিষ্ণু বা বৃহস্পতি দেৱৰ মন্ত্ৰৰ জাপ কৰিব লাগে। মন্ত্ৰ জাপ কৰাৰ পাছত-সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰি নিজে গ্ৰহণ কৰিব লাগে।ঢ


*মান্যতা অনুসাৰে-ঘৰৰ সুখ-সমৃদ্ধিৰ বাবে-ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীক কল অৰ্পণ কৰা হয়।ইয়াৰ দ্বাৰা পৰিয়ালত সম্পন্নতা আহে।শুভ কাৰ্য্যটো কল গছৰ মণ্ডপ আৰু তোৰণ বনোৱাৰ পৰম্পৰা আছে।শাস্ত্ৰত দেৱতাসকলক কলৰ পাততে ভোগ দিয়াৰ নিয়ম আছে।দক্ষিণ ভাৰতৰ বহু ঠাইত-কল গছৰ পাততে ভোজন কৰাৰ পৰম্পৰা আছে।মান্যতা অনুসাৰে কল গছৰ গুড়িত হালধীয়া সূঁতা বান্ধিলে-বৃহস্পতি শক্তিশালী হয়।( Assamese Fact )


*কল গছৰ বিশেষ প্ৰয়োগ-


কল গছৰ পূজা-উপাসনা জন্ম-জন্মান্তৰৰ কষ্ট দূৰ কৰিব পাৰে।কল গছৰ উপাসনাৰ দ্বাৰা-বৃহস্পতি গ্ৰহেও শুভ ফল দিয়ে।


*কল গছৰ পাতত ভোজন গ্ৰহণ কৰিলে-ভোজনৰ পবিত্ৰতা থাকে।


*কল গছৰ পাতত বহি মন্ত্ৰ জাপ কৰিলে-মন্ত্ৰ তৎকালীণ প্ৰভাৱশালী হয়।


*কল গছৰ মণ্ডপত কৰা কাৰ্য্য সমূহৰ পৰিণাম বহু শুভ হয়।


*কল গছৰ শিপাক-হালধীয়া সুঁতাৰে ডিঙিত ধাৰণ কৰিলে-বৃহস্পতি শক্তিশালী হয়।


*বৃহস্পতিবাৰে কল গছৰ পূজা কৰিলে-বিবাহ সম্পৰ্কীয় সমস্যা দূৰ হয়।


*কল গছত নিয়মিত ৰূপে জল অৰ্পণ কৰিলৈ-সন্তানৰ লগত জড়িত সমস্যা দূৰ হয়।


*বৃহস্পতিবাৰে ব্ৰত কৰিলে আৰু কল গছৰ পূজা কৰিলে-জীৱনত সম্পন্নতা আহে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages