শীতকালত গা-ধুওঁতে সাৱধান হওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 1, 2022

শীতকালত গা-ধুওঁতে সাৱধান হওঁক : Assamese Fact

Assamese Fact

শীতকালত গা-ধুওঁতে নকৰিব এই ভুল!( Assamese Fact )


*শীতকালত তাপমাত্ৰা যেতিয়া বহুত কমি যায়-তেতিয়া প্ৰতিদিনে গা-ধুবলৈ টান হৈ পৰে।এনে পৰিস্থিতিত বহুতে গৰম পানীৰে,গিজাৰ বা হিটিং ৰডৰ জৰিয়তে গা-ধুবলৈ ভাল পায়।ইয়াৰ ফলত গা-ধুৱাটো সহজ হৈ পৰে আৰু ঠাণ্ডা পানীৰে-গা-ধুবলৈ অসুবিধা পোৱাসকলে-এইটো এটা অতি ফলপ্ৰসূ সমাধান।কিন্তু সকলোৱে এই কাম নকৰেই বাবে-গুৰুত্বৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।


*শীতকালত গা-ধুওঁতে সাৱধান হওঁক-


*শীতকালত গিজাৰৰ দৰে-সুবিধা থকাৰ পাছটো-কিছুমান মানুহে ঠাণ্ডা পানীৰে গা ধুই-যিটো কেতিয়াবা বিপদজনক বুলি প্ৰমাণিত হব পাৰে।এনে বহু ঘটনা ঘটিছে-যত ঠাণ্ডা পানীৰে গা-ধুই মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছে।বহু ক্ষেত্ৰত মানুহৰ মৃত্যু হয়।গতিকে- আপুনি যদি ঠাণ্ডাৰ প্ৰতি সংবেদনশীল-তেন্তে কেতিয়াও এনে ভুল নকৰিব-যিটো মাৰাত্মক বুলি প্ৰমাণিত হব পাৰে।


*ব্ৰেইন ষ্ট্ৰোক এটা গুৰুত্বৰ ৰোগ-

*স্বাস্থ্যৰ অধিকাংশ লোকৰ মতে-মগজুৰ ষ্ট্ৰোকৰ সমস্যা যিকোনো-সময়তে হব পাৰে যদিও-শীতকালত ইয়াৰ আশংকা যথেষ্ট বৃদ্ধি পায়।এনে পৰিস্থিতিত যদি আপুনি ইয়াক-গুৰুত্বৰসহকাৰে লোৱা নাই আৰু গাফিলতি কৰে-তেন্তে-আপুনি যে-কৰবাত বিপদক নিমন্ত্ৰণ কৰিব সেয়া- স্পষ্ট।সেইবাবে-শীতকালত ঠাণ্ডা পানীৰে গা-ধুব নালাগে।( Assamese Fact )


*ব্ৰেইন ষ্ট্ৰোকৰ এই লক্ষণসমূহ আওকাণ নকৰিব-

শৰীৰে দিয়া-লক্ষণবোৰ ব্ৰেইন ষ্ট্ৰোকৰ লক্ষণ নে নহয় সেইটো জানিব লাগিব।তেতিয়াহে আপুনি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি-নিজৰ জীৱন ৰক্ষা কৰিব পাৰিব।


*শৰীৰৰ যিকোনো অংশত অজ্ঞানতা।


*চকুৰে স্পষ্টকে-দেখা নোপোৱা।


*শৰীৰৰ দুৰ্বলতা।


*মূৰৰ বিষ বৃদ্ধি।


*বমি হোৱা।


*কথা কবলৈ বা বুজিবলৈ অসুবিধা হোৱা।


*উশাহ লোৱাত কষ্ট পোৱা।


*মগজুত ৰক্তক্ষৰণৰ ফলত মূচ্ছা যোৱা।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages