ঘৰৰ ভিতৰৰ কোন দিশে কি ৰাখিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 1, 2022

ঘৰৰ ভিতৰৰ কোন দিশে কি ৰাখিব লাগে : Assamese Fact

Assamese Fact


 বাস্তু টিপছ-ঘৰৰ ভিতৰৰ কোন দিশে কি ৰাখিব লাগে!( Assamese Fact )


*ঘৰৰ কোন দিশত কি থাকিব লাগে। বাস্তু অনুসাৰে-ঘৰৰ ভিতৰত কোন দিশে-কি থাকিব লাগে।


১/উত্তৰ দিশ-

এই দিশৰ দেৱতা-কুবেৰ আৰু গ্ৰহ স্বামী বুধ হয়।এয়া মাতাৰো স্থান হয়।এই দিশক খালী কৰি ৰখাটো প্ৰয়োজনীয় হয়।


২/ঈশাণ কোণ-

এই দিশত জল তথা ভগৱান শিৱৰ স্থান হয় আৰু গুৰু গ্ৰহ এই দিশৰ স্বামী হয়।ঈশান কোণত-পূজা ঘৰ,ঘট,কোঁৱা-আদিৰ স্থান হয়।


৩/পূৰ্ৱ দিশ-

এই দিশৰ স্বামী-সূৰ্য্য দেৱতা আৰু ইন্দ্ৰ হয়।পিতৃস্থানৰ প্ৰতীক এই স্থান মুকলি হব লাগে।


৪/আগ্নেয় কোণ-

এই দিশত অগ্নি তথা মংগলৰ স্থান হয়।আৰু শুক্ৰ গ্ৰহ এই দিশৰ স্বামী হয়।আগ্নেয় কোণত পাকঘৰ বা ইলেক্ট্ৰনিক উপকৰণ আদিৰ স্থান বনাব পাৰে।( Assamese Fact )


৫/দক্ষিণ দিশ-

এই দিশত কাল পুৰুষৰ-বাওঁফালৰ-কিডনী-কলিজা আহে আৰু কুণ্ডলীৰ দশম ঘৰ হয়।যমৰ আধিপত্য তথা মংগল গ্ৰহৰ পৰাক্ৰমী-দক্ষিণ দিশৰ পৃথীৱি তত্ত্বৰ প্ৰধানতাৰ দিশ হয়।এই স্থান গধূৰ হব লাগে।


৬/নেক্ষত্ৰ কোণ-

এই দিশত পৃথিৱী তত্বৰ স্থান হয়।আৰু এই দিশৰ স্বামী ৰাহু আৰু কেতু হয়।নেক্ষত্ৰ কোণক উচ্চ আৰু গধূৰ কৰি ৰাখিব লাগে।টিভি-ৰেডিঅ,-চিডি প্লেয়াৰ অথবা খেলা-ধূলাৰ সামগ্ৰী এই দিশত ৰাখিব পাৰে।নেক্ষত্ৰ আৰু দক্ষিণত-আলমাৰী, চকী-মেজ,গধূৰ বস্তু তথা সুৰক্ষিত বস্তু ৰাখিব পাৰ।


৭/পশ্চিম দিশ-

এই দিশৰ দেৱতা-বৰুণ তথা গ্ৰহ স্বামী শনি হয়।এই দিশো বাস্তু নিয়ম অনুসাৰে হব লাগে।


৮/বায়ব কোণ-

এই দিশত বায়ুৰ স্থান হয় আৰু এই দিশৰ স্বামী-গ্ৰহ চন্দ্ৰ হয়।বায়ব কোণত-খিৰিকী-ৰশ্মি অহাৰ স্থান বনাব পাৰে।এই দিশত গেষ্ট ৰূমো বনাব পাৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages