আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ-বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ ব্যৱস্থা! ( Religious Studies )
আজি বুধবাৰ।আজি গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু প্ৰথম উপাশক গণেশৰ নামত উচৰ্গা কৰা হৈছে।বুধবাৰে ভগৱান শ্ৰী গণেশক পূজা কৰি আৰ্শীবাদ লাভ কৰে।ভক্তসকলৰ সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি হয়।যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়,তেন্তে ভগৱান শ্ৰী গণেশক পূজা কৰি বুধ গ্ৰহ শক্তিশালী কৰাৰ লগতে ব্যৱসায়ত অগ্ৰগতি লাভ কৰে আৰু তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ পৰে।
বুধবাৰে কৰিব লাগে-এইসমূহ কাম-
১/যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই,তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূৱ দিশত ৰাখক।এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰিও বহু দূৰলৈ খ্যাতি বিয়পি পৰে।
২/যদি আপোনাৰ ঘৰত সদায়ে আৰ্থিক সংকট দেখা দিয়ে-তেন্তে ইয়াৰ বাবে ৰূপালী আঙুঠি এটা বনাই সোঁ-হাতৰ আঙুলিত পিন্ধিব লাগে।এনে কৰিলে অধিক ব্যয় হোৱাৰ বিপৰীত আয় বৃদ্ধি হব। ( Religious Studies)
৩/যদি আপুনি বিচাৰে যে-আপোনাৰ ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধি অটুট থাকিব লাগে-তেন্তে ঘৰত শংখ স্থাপন কৰি প্ৰতিদিনে পূজাৰ সময়ত ব্যৱহাৰ কৰক।এনে কৰিলে আপোনাৰ ঘৰত সদায়ে সুখ-সমৃদ্ধি বৰ্তি থাকিব।
৪/যদি আপুনি কোনো মানসিক সমস্যাৰে যুঁজি আছে আৰু কোনো সমাধানৰ সূত্ৰ পোৱা নাই,তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বুধবাৰে আপোনাৰ শোৱা কোঠাত মাটিৰ চাকিত দুটা কৰ্পূৰ জ্বলাই গোঞেই কোঠাটোত তাৰে তাপ দিয়ক।আৰু কোঠাৰ এটা চুকত চাকিগছ ৰাখিব লাগে।ইয়াৰ দ্ধাৰা মানসিক সমস্যা লাহে লাহে হ্ৰাস পাব।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment