মংগলবাৰৰ পূজাৰ দ্বাৰা বীৰ হনুমান প্ৰসন্ন হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 30, 2022

মংগলবাৰৰ পূজাৰ দ্বাৰা বীৰ হনুমান প্ৰসন্ন হয় : Religious Studies

Religious Studies


বীৰ হনুমান-এজন এনে দেৱতা হয় যি-কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে।ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয়ৰ পৰা-মুক্ত হয়।( Religious Studies )


বীৰ হনুমানৰ পূজা কৰিলে-আত্মবিশ্বাস বৃদ্ধি হয়।বহুলোকে হনুমান চালিশা পাঠ কৰে।হনুমান চালিশা লাভজনক হয় লগতে-বজৰংগ বাণৰ পাঠ কৰিলে-ইয়াৰ দ্বাৰা ভক্তসকলৰ-বজৰংগবলীৰ অসীম কৃপা প্ৰাপ্ত হয়।মংগলবাৰৰ দিন-বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিলে-বিশেষ পূণ্য প্ৰাপ্ত হয়।এনে মনা হয় যে-মংগলবাৰৰ পূজাৰ দ্বাৰা-বীৰ হনুমান প্ৰসন্ন হয় আৰু নিজৰ ভক্তসকলৰ মনৰকামনা পূৰ্ণ কৰে।


বীৰ হনুমানৰ পূজাৰ বিধি-


১/প্ৰাত কালত-স্নান-ধ্যানৰ পৰা নিবৃত্ত হয়-ব্ৰতৰ সংকল্প লব লাগে আৰু পূজাৰ যোগাৰ কৰিব লাগে।


২/নিত্য কৰ্মৰ পৰা নিবৃত্ত  হয়-বীৰ হনুমানৰ মূৰ্তি বা ফটোত-ৰঙা বা হালধীয়া কাপোৰ পাৰি-কাঠৰ পিড়া পাৰি-নিজে শুদ্ভ বস্ত্ৰ পৰিধান কৰি-আসনত বহিব লাগে।


৩/হনুমানৰ মূৰ্তিক স্নান কৰাব লাগে-যদি ফটো হয়-ফটোখন ভালদৰে চফা কৰি লব লাগে।ইয়াৰ পাছত-ধূপ-দীপ প্ৰজলিত কৰি-পূজা আৰম্ভ কৰিব লাগে।( Religious Studies )


৪/বীৰ হনুমানক অনামিকা আঙুলিৰে তিলক লগাব লাগে।সেন্দূৰ অৰ্পণ কৰিব লাগে।গন্ধ,চন্দন,আদি লগাব।তাৰপাছত হনুমানক মালা পিন্ধাব আৰু ফুল অৰ্পণ কৰিব।


৫/ভালদৰে পূজা কৰাৰ পাছত-বীৰ হনুমানক প্ৰসাদ বা নৈবেদ্য(ভোগ) অৰ্পণ কৰিব লাগে।নিমখ,জলকীয়া,আৰু তেলৰ প্ৰয়োগ-নৈবেদ্যত কৰিব নালাগে।


৬/অন্তত বীৰ হনুমানৰ আৰতি কৰিব লাগে।বীৰ হনুমানৰ আৰতি কৰি-নেবৈদ্যক পুনৰ বীৰ হনুমানৰ সন্মুখত অৰ্পণ কৰিব লাগে আৰু অন্তত-প্ৰসাদ ৰূপে-সকলোৰে মাজত বিতৰণ কৰি দিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages