ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ কিছুমান বিশেষ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 22, 2022

ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ কিছুমান বিশেষ নিয়ম : Religious Studies

Religious Studies


ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম-( Religious Studies )


*হিন্দু ধৰ্মত চাকিৰ বিশেষ গুৰুত্ব আছে।চাকিক ইতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।ৰাতিপুৱা আৰু সন্ধিয়া প্ৰতিখন ঘৰত ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ পৰম্পৰা আছে।বিশ্বাস কৰা হয় যে-চাকি জলাল ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ হয় আৰু সুখেৰে ভৰি পৰে।


*বাস্তু শাস্ত্ৰৰ মতে-চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম আছে।যদি আপুনি এই নিয়মসমূহ মানি নচলে-তেন্তে আপুনি হয়তো জীৱনত নানন সমস্যাৰ সন্মুখীন হবলগীয়া হব।এই নিয়মসমূহ হৈছে-


১/যদি আপুনি তেলৰ চাকি জ্বলায়-তেন্তে-শলিতাডাল ৰঙা সূতাৰে তৈয়াৰ কৰিব লাগে।আনহাতে যদি আপুনি ঘিউৰ চাকি জ্বলায়-তেন্তে-আপুনি কপাহৰ শলিতা ব্যৱহাৰ কৰিব লাগে।

( Religious Studies )

২/পশ্চিম দিশে-কেতিয়াও চাকি জ্বলাব নালাগে।ই ঘৰলৈ দৰিদ্ৰতা আনে আৰু ধন-সম্পত্তিৰ ক্ষতি কৰে।আনহাতে-সন্ধিয়া মূল গেটত চাকি জ্বলালে-মা লক্ষ্মী সন্তষ্ট হয়।


৩/দক্ষিণ দিশত চাকি জ্বলাই-আপুনি যম দেৱতা আৰু দেৱী লক্ষী-দুয়োকে সন্তষ্ট কৰিব পাৰে।কাৰণ-তেওঁলোক দুয়ো দক্ষিণ দিশত বাস কৰে।


৪/মনত ৰাখিব যে-ঘৰত চাকি জ্বলোৱাৰ সময়ত-সদায় ঈশ্বৰৰ মূৰ্তি সন্মুখত থাকিব লাগে।ইয়াৰ বাহিৰেও-যদি আপুনি তেলৰ চাকি জ্বলায়-তেন্তে সদায় আপোনাৰ সোঁফালে আৰু ঘিউৰ চাকি জ্বলালে-সদায় বাওঁফালে ৰাখিব লাগে।(সংগ্ৰহিত)। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages