চাই বাবাৰ জীৱন দৰ্শন আৰু উপদেশ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 26, 2022

চাই বাবাৰ জীৱন দৰ্শন আৰু উপদেশ : Religious Studies

Religious Studies


 চাই বাবাৰ জীৱন দৰ্শন আৰু উপদেশ-


*চাই বাবায়ে-কোনো পূজা-বিধি বা জীৱন দৰ্শন দিয়া নাই।( Religious Studies )


*এজনে ঈশ্বৰ আৰু শ্ৰদ্ধাতে বিশেষ গুৰুত্ব আছে।


*কিন্তু চাই বাবাৰ-১১বচন-তেওঁৰ ভক্তসকলৰ বাবে-তেওঁৰ দৰ্শন হয়।


*এই ১১বচনত জীৱনৰ সকলো সমস্যাৰ সমাধান আছে।


*এই ১১বচন আচলতে-চাই বাবাৰ-১১টা বৰদান হয়


*এই বচন আধ্যত্মকিতাৰ-সকলোতকৈ ডাঙৰ শিক্ষা হয়।


*চাই বাবাৰ-১১বচন আৰু অৰ্থ-


*প্ৰথম বচন-

যি চিৰডি লৈ আহিব-আপদক দূৰত খেদিব"। চাই বাবাৰ লীলা স্থলী-চিৰডী।সেইবাবে-চাই বাবায় কয় যে-চিৰডিলৈ অহা মাত্ৰকে-সমস্যা আঁতৰিব।যি লোক চিৰডিলৈ যাব নোঁৱাৰে-তেওঁলোকৰ বাবে-চাই মন্দিৰ দৰ্শন কৰিলেই পৰ্যাপ্ত হব।


*দ্বিতীয় বচন-

"যি সমাধিৰ জখলাত উঠে-আঁতৰ দুখৰ পীড়া"।

চাই বাবাৰ সমাধিত-ভৰি ৰাখিলেই-ভক্তসকলৰ দুঃখ দূৰ হয়।চাই মন্দিৰত প্ৰতিকাত্মক সমাধিৰ দৰ্শনৰ দ্বাৰা-দুঃখ দূৰ হয়।কিন্তু মনত শ্ৰদ্ধাৰ ভাৱ থাকিব লাগে।


তৃতীয় বচন-

"ত্যাগ কৰি শৰীৰ এৰি দিম-কিন্তু ভক্তৰ বাবে-দৌড়ি আহিম"। চাই বাবায় কয় যে-মই শৰীৰত নাই যদিও-কিন্তু যেতিয়াই মোৰ ভক্তই মোক মাত দিব,মই দৌড়ি আহিম,আৰু সকলো ফালৰ পৰা মোৰ ভক্তক সহায় কৰিম।( Religious Studies )


*চতুৰ্থ বচন-

"মনত ৰাখিব লাগে-দৃঢ় বিশ্বাস-কৰে সমাধিয়ে সকলো আশ"।

হব পাৰে-মই নথকাত-ভক্তসকলৰ বিশ্বাস দুৰ্বল হব পাৰে।ভক্তসকল-অকলশৰীয়া তথা অহসায় অনুভৱ কৰিবলৈ ধৰে।কিন্তু ভক্তসকলে-বিশ্বাস ৰাখিব লাগে যে-সমাধিত কৰা সকলো প্ৰাৰ্থনা পূৰ্ণ হয়।


*পঞ্চম বচন-

"মোক সদায় জীৱিত বুলি ভাৱক।অনুভৱ কৰক।সত্যক চিনাক্ত কৰক"। চাই বাবায় কয় যে-মই কেৱল শৰীৰ নহয়।মই অজৰ-অমৰ, অবিনাশী পৰত্মাা হয়।সেইবাবে-সদায়ে জীৱিত থাকিম।এই কথা-ভক্তি আৰু প্ৰেমেৰে-কোনো ভক্তই অনুভৱ কৰিব পাৰে।


*ষষ্ঠ বচন-

"মোৰ চৰণ খালী যায়ে।থাকিলে-কোনোবাই কব পাৰে"। যি ভক্তই-শ্ৰদ্ধা-ভক্তিৰে মোৰ চৰণলৈ আহে-তেওঁৰ সকলো মনৰকামনা পূৰ্ণ হয়।


*সপ্তম বচন-

"যেনে-ভাৱ থাকে-যি জনৰ,তেনে ৰূপ হল-মোৰ মনৰ"। যি ব্যক্তিয়ে-যি ভাৱেৰে মোলৈ চাই-মইও সেইজনক তেনেদৰে চাওঁ।এয়া নহয় যে-যি ভাৱেৰে কামনা কৰে-সেই ভাৱেৰে মই-তেওঁৰ কামনা পূৰ্ণ কৰোঁ।


*অষ্টম বচন-

"ভাৰ তোমাৰ মোৰ ওপৰত হব,বচন নহয় মোৰ মিছা"-

যি ব্যক্তি পূৰ্ণ ৰূপে-সমৰ্পিত হব-তেওঁৰ জীৱনৰ সকলো ভাৰ মই লম।আৰু তেওঁৰ সকলো দায়িত্বক নিৰ্বাহন কৰিম।


*নৱম বচন-

"আহা সহায়তা লোৱা ভৰপূৰ।যি বিচাৰিছা-সেয়া নহয় দূৰ"।যি ভক্তই শ্ৰদ্ধা ভাৱেৰে-সহায়তা বিচাৰিব-তেওঁৰ সহায়তা মই নিশ্চয় কৰিম।


*দশম বচন-

"মোৰপৰা লীন বচন মন কায়া-সেইজনৰ ঋণ-কেতিয়াও দিয়া নহয়"।যি ভক্তই,মন,বচন,আৰু কৰ্মৰ দ্বাৰা-মোৰ ওপৰতে লীন থাকে,মই সেইজনৰ ওচৰত সদায়ে- ঋণী হয় থাকে।সেই ভক্তৰ জীৱনৰ সকলো দায়িত্ব মোৰ হয়।


*এঘাৰহ বচন-

"ধন্য ধন্য-সেই ব্যক্তি অনন্য-মোৰ চৰণত তজ যিয়ে ন অন্য"-

চাই বাবায় কয় যে-মোৰ সেইজন ব্যক্তি ধন্য হয়,যিয়ে অন্য ভাৱৰ দ্বাৰা মোৰ ভক্তিত লীন হয়।এনে ভক্তই-বাস্তৱত ভক্ত হয়।


*কিদৰে কৰিব লাগে-চাই বাবাৰ-এই ১১বচনৰ-জীলনত প্ৰয়োগ! 


*কোনো এটা বৃহস্পতিবাৰে-চাই বাবাৰ বচন সমূহ-হালধীয়া কাগজত-ৰঙা কলমৰে লিখি লব লাগে।


*এই বচনসমূহক-নিজৰ পূজা স্থান,শয়ন কক্ষ,আৰু কাম কৰা স্থানত লগাব লাগে।


*পূজাৰ আগতে-শোৱাৰ আগতে,কাম কৰাৰ আগে,আৰু শুই উঠি-এই বচনসমূহ পঢ়িব লাগে।


*এই বচনসমূহ পঢ়াৰ পাছত-চাই বাবাক স্মৰণ কৰিব লাগে।তেতিয়া-চাই বাবাৰ অসীম কৃপা আপুনি প্ৰাপ্ত কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages