ৰাম তুলসী আৰু শ্যামা তুলসীৰ মাজত পাৰ্থক্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

ৰাম তুলসী আৰু শ্যামা তুলসীৰ মাজত পাৰ্থক্য : Religious Studies

Religious Studies


ৰাম আৰু শ্যামা-তুলসীৰ মাজত পাৰ্থক্য কি!ঘৰৰ বাবে-কোনবিধ তুলসী শুভ!( Religious Studies)


*হিন্দুধৰ্মত তুলসী গছৰ-বিশেষভাৱে গুৰুত্বপূৰ্ণ আছে।হিন্দুধৰ্মৰ প্ৰতিঘৰ লোকৰ ঘৰতে-তুলসী ৰোপণ কৰা হয়।কাৰণ তুলসীয়ে ঘৰলৈ-সুখ-সমৃদ্ধি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে।তুলসী দুই প্ৰকাৰৰ।ৰাম তুলসী আৰু শ্যামা তুলসী।


*ৰাম তুলসী আৰু শ্যামা তুলসীৰ মাজত পাৰ্থক্য-


*ৰাম আৰু শ্যামা তুলসী-দুয়োবিধ গছেই শুভ।এই দুই ধৰণৰ গছৰে-নিজস্ব বিশেষত্ব আছে।দেখাত বেলেগ-বেলেগ আৰু অতি সহজে-চিনিব পাৰি এই দুয়োবিধ গছ।


*শ্যামা তুলসী-

শ্যামা তুলসীৰ পাতবোৰ গাঢ়-সেউজীয়া বা বেঙুনীয়া ৰংৰ হয়।হিন্দু শাস্ত্ৰৰ মতে-শ্যামা তুলসীক ভগৱান শ্ৰী কৃষ্ণই বহুত ভাল পাইছিল।সেইবাবে-এই তুলসীক শ্যামা তুলসী বা কানহাৰো বুলিও জনা যায়।ৰাম তুলসীতকৈ ইয়াৰ মধুৰতা কম।


*ৰাম তুলসী-

ৰাম তুলসীৰ পাতৰ ৰং সেউজীয়া।ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়।সেয়হে-ইয়াক ৰাম তুলসী কোৱা হয়।ৰাম তুলসীৰ পাতবোৰ অতি মিঠা আৰু ঘৰত ৰোপণ কৰিলে-অতি শুভ ফলৰ লগতে সুখ-সমৃদ্ধি  বৃদ্ধি পায়।পূজাত কেৱল ৰাম তুলসীয়ে ব্যৱহাৰ কৰা হয়।( Religious Studies)


*ৰাম আৰু শ্যামা তুলসী-দুয়োবিধেই ঘৰত ৰোপণ কৰাটো অতি শুভ।কিন্তু পূজাত ৰাম তুলসী ব্যৱহাৰ কৰাৰ বাবে-প্ৰায়বোৰ ঘৰতে কেৱল ৰাম তুলসী ৰোপণ কৰা হয়।ইয়াৰ ফলত প্ৰগতিৰ পথো মুকলি হয়।আনহাতে-তুলসী ৰোপণৰ বাবে-আটাইতকৈ শুভ দিন হল-বৃহস্পতিবাৰ,শুক্ৰবাৰআৰু শনিবাৰ।এইকেইদিনত তুলসী ৰোপণ কৰিলে-ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়।আনহাতে-একাদশী,গ্ৰহণ

,দেওবাৰ-সোমবাৰ আৰু বুধবাৰে তুলসী পাত চিঙাটো অশুভ বুলি গণ্য কৰা হয়।একাদশী,দেওবাৰ,সূৰ্য্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ দিনত-তুলসী গছক কেতিয়াও স্পৰ্শ কৰিব নালাগে।আৰু পানী দিব নিলাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages