ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায় : Religious Studies

Religious Studies


ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies)


*ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়।


*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।


*কোৱা হয় যে-ভগৱান শিৱ মৃত্যুঞ্জয়ী হয়।এনেতে-ভগৱান শিৱৰ পূজাৰ দ্বাৰা-কেতিয়াও মৃত্যুলৈ ভয় নাথাকে।মনা হয় যে-মহাদেৱৰ পূজা কৰা সকলৰ কেতিয়াও অকাল মৃত্যু নহয়।


*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-গৃহস্থ জীৱনত অনুকুলতা আহে।আৰু গৃহস্থৰ জীৱন সদায়ে সুখময় হয়।গ্ৰহৰ সমস্যা আৰু গ্ৰহৰ শান্তিৰ বাবে-ভগৱান শিৱৰ পূজা কৰিব লাগে।


*ভগৱান শিৱক কুবেৰৰ অধিপতি মনা হয়।সেইবাবে-মহাদেৱৰ পূজা কৰিলে-আৰ্থিক সমস্যাৰ পৰাও মুক্তি পোৱা যায়।শিৱৰ সাধক সকলৰ-কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।( Religious Studies)


*যি লোকক দুৰ্ভাগ্যই আৱৰি ৰাখিছে-আৰু বহু ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে,সেইসকলে সুখ আৰু সৌভাগ্যৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ আৰাধনা কৰিব লাগে।


*কোৱা হয় যে-মহাদেৱৰ ভক্তি শক্ৰ নাশৰ বাবেও উত্তম মনা হয়।যদি কাৰোবাৰ প্ৰতিটো সময়তে কোনো জ্ঞাত-অজ্ঞাতৰ শক্ৰৰ দ্বাৰা বিপদৰ শংকা থাকে-তেন্তে নিয়মিত ভাৱে ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।


*মহাদেৱৰ আৰাধনা কৰিলে-মনোবাঞ্ছিত জীৱনসংগীও পোৱা যায়।


*সন্তান সুখৰ বাবেও-ভগৱান শিৱৰ সাধনা বৰদান স্বৰূপ হয়। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages