শনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

শনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয় : Religious Studies

Religious Studies


যতে শনিদেৱৰ মন্দিৰ থাকে-সেই ঠাইত কিছু দূৰত বীৰ হনুমান বিৰাজমান থাকে।শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়।কোৱা হয় যে-ইয়াৰ দ্বাৰা শনিদেৱ প্ৰসন্ন হয়। ( Religious Studies )


*হিন্দু ধৰ্মত প্ৰতি দিনে-কোনোবা এজন দেৱী-দেৱতাৰ ওপৰত সমৰ্পিত কৰা হয়। শনিবাৰৰ দিনা-শনিদেৱৰ ওপৰত সমৰ্পিত।কিন্তু শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়।মান্যতা অনুসাৰে-শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিলে-শনিদেৱ অত্যন্ত প্ৰসন্ন হয় আৰু ইয়াৰ দ্বাৰা ভক্তসকলৰ শনি সম্বন্ধিত সকলো কষ্ট দূৰ হয়।


*বীৰ হনুমান আৰু শনিদেৱৰ কথাৰে-


*বীৰ হনুমান আৰু শনিদেৱৰ এই কথা ত্ৰেতাযুগৰ ৰামায়ণৰ লগত জড়িত। কথা অনুসাৰে-বীৰ হনুমানে-ৰামৰ আদেশ পায়,সীতা মাতাক বিচাৰি লংকা পালেগৈ,তেতিয়া লংকাত দেখা পালে যে-ৰাৱণে লংকাত, শনিদেৱক বন্দী কৰি ৰাখিছে।আৰু ওলোটাই বান্ধি ৰাখিছে। ( Religious Studies )


শনিদেৱৰ এই অৱস্থা দেখা পায়-পৱনপুত্ৰ হনুমানে-শনিদেৱক ৰাৱণৰ বন্দী শালৰ পৰা মুক্তি কৰিলে।বীৰ হনুমানৰ পৰা এই সহায় পায়-প্ৰসন্ন হৈ শনিদেৱে হনুমানক বৰ বিচাৰিবলৈ কলে।তেতিয়া বীৰ হনুমানে কলে যে-আজিৰেপৰা যি-ভক্তই শনিবাৰৰ দিনা-মোৰ পূজা কৰিব-সেইজনক আপুনি কেতিয়াও অশান্তি নকৰিব।শনিদেৱো-হনুমানৰ এই কথাত মান্তি হল।তেতিয়াৰেপৰা শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়। কোৱা হয় যে-শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা জনৰ ওপৰত শনিদেৱৰ কৃপা থাকে।


*শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজাৰ দ্বাৰা-এইসমূহ লাভ হয়।


*যদি আপোনাৰ কুণ্ডলীত শনি গধূৰ হৈ আছে,বা আপোনাৰ পৰা ৰুষ্ট হৈ আছে,শনি চাৰেচাটি,বা শনিৰ মহাদশাৰ বাবে-আপুনি সমস্যাত আছে-তেন্তে আপুনি শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিব লাগে। হনুমানৰ পূজাৰ দ্বাৰা-আপুনি এই সকলো কষ্টৰ পৰা মুক্তি পাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages