নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 28, 2022

নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে : Religious Studies

Religious Studies

 

*বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থানটোক উপাসনা গৃহ বুলি গণ্য কৰা হয়।বাস্তুৰ নীতি শক্তিৰ ওপৰত আধাৰিত আৰু বেছিভাগ শক্তি-উপাসনা গৃহৰ পৰা ওলাই আহে।( Religious Studies )


*বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত ৰখা সকলো বস্তুৰ বিশেষ গুৰুত্ব আছে।নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত ৰখা-কিছুমান বস্তুৱে-ঘৰৰ সদ্যসকলৰ ওপৰত-বেয়া প্ৰভাৱ পেলায় আৰু ঘৰলৈ-সুখ-সম্পদ-আগমণত বাধা দিয়ে।


*উপাসনা গৃহৰ পৰা কি কি-বস্তু আঁতৰাই ৰাখিব লাগে-

এই-৪টা বস্তু উপাসনা গৃহৰ পৰা আঁতৰাই পেলাওক-


১/বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত কেতিয়াও-ভঙা মূৰ্তি ৰাখিব নালাগে।এয়া বিশ্বাস কৰা হয় যে-এনে মূৰ্তি ৰাখিলে-উপাসনাৰ ফলাফল নিদিয়ে আৰু নেতিবাচক শক্তি বিয়পায়।( Religious Studies )


২/উপাসনা গৃহত কেতিয়াও-একে দেৱতাৰ অধিক মূৰ্তি ৰাখিব নালাগে।বাস্তুত ইয়াক অশুভ বুলি কোৱা হয়।


৩/ফটা ধৰ্মীয় গ্ৰন্থ-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।


৪/বাস্তু শাস্ত্ৰৰ মতে-পূৰ্ৱপুৰুষৰ ছৱি কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত এনে ছৱি-ৰখাটো-অশুভ বুলি গণ্য কৰা হয়।সেয়ে-পূৰ্ৱপুৰুষসকলৰ ছৱি-উপাসনা গৃহত নাৰাখি-ঘৰৰ আন ঠাইত ৰাখিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages