জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত গ্ৰহৰ কু-প্ৰভাৱ দূৰ কৰাৰ বাবে এই প্ৰতিকাৰৰ ব্যৱস্থ্য কৰা হৈছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত গ্ৰহৰ কু-প্ৰভাৱ দূৰ কৰাৰ বাবে এই প্ৰতিকাৰৰ ব্যৱস্থ্য কৰা হৈছে : Religious Studies

Religious Studies


*হিন্দু জোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয় যে-মানুহৰ ৰাশিচক্ৰৰ ওপৰত গ্ৰহৰ প্ৰভাৱ পৰে। গ্ৰহৰ প্ৰভাৱ ভাল বা বেয়া দুয়োটাই হব পাৰে।( Religious Studies)


কিন্তু জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত গ্ৰহৰ কু-প্ৰভাৱ দূৰ কৰাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থ্য কৰা হৈছে।যদি আপুনি আপোনাৰ গ্ৰহ দোষ দূৰ কৰিবলৈ বিচাৰে-তেন্তে প্ৰতিদিনে চৰাইক খাদ্য খুৱাব লাগিব। জ্যোতিষশাস্ত্ৰৰ মতে-প্ৰতিদিনে চৰাই-চিৰিকটিক খাদ্য খুৱালে গ্ৰহৰ অৱস্থা উন্নত হয়।প্ৰতিজনে চৰাইক খাদ্য খুৱাব লাগে।গ্ৰহদোষ দূৰ কৰা বুলিয়েই নহয়- চৰাই-চিৰিকটিক খাদ্য খুৱালে পূণ্যও অৰ্জন হয় আৰু নিজেও মানসিক শান্তি পোৱা যায়।


*জ্যোতিষশাস্ত্ৰৰ মতে-প্ৰতিজন ব্যক্তিৰ প্ৰগতি,অবক্ষয় আৰু স্বাস্থ্য গ্ৰহবোৰৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহৰ স্বভাৱ প্ৰকৃতিৰ সৈতে-সম্পূৰ্ণৰূপে জড়িত হৈ থাকে।


*চৰাইক কি খাদ্য খুৱালে-কি গ্ৰহৰ দোষ হয়-


১/চৰাইক ঘেঁহু খুৱালে-

সূৰ্য্য আৰু মংগল গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হয়।( Religious Studies)


২/চন্দ্ৰ আৰু শুক্ৰৰ দোষ আঁতৰাবলৈ চৰাইক ধান-চাউল খুৱাব লাগে।


৩/চৰাইক মগু বা গোমধানৰ গুটি খুৱালে-বুধ গ্ৰহৰ দোষ আঁতৰ হয়।


৪/বুট আৰু বুট দাইল খুৱালে বৃহস্পতি দোষৰ পৰা মুক্তি পোৱা যায়।


৫/মাটি দাইল আৰু ক'লা তাল খুৱালে-শনি দোষ আঁতৰ হয়।


৬/ৰাহু আৰু কেতুৰ লগত জড়িত দোষ আঁতৰাবলৈ চৰাইক বাজৰা খুৱাব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages