ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ Religious Studies

Religious Studies


নৰসিংহ অৱতাৰ-হিন্দু ধৰ্মৰ গ্ৰন্থৰ অনুসৰি-ভগৱান বিষ্ণুৰ  ১০অৱতাৰৰ ভিতৰত-চতুৰ্থ অৱতাৰ।পৃথিৱী উদ্ধাৰৰ সময়ত-ভগৱান বিষ্ণুৱে বৰাহ ৰূপত হিৰণ্যাক্ষক বধ কৰিছিল। ( Religious Studies)


এই কাৰণে- হিৰণ্যাক্ষৰ ককায়েক হিৰণ্যকশিপুৰৰ বৰ খং উঠিছিল।তেওঁ অমৰ হবলৈ শপত ললে আৰু ব্ৰহ্মাদেৱক তপস্যা কৰিবলৈ আৰম্ভ কৰিলে।ব্ৰহ্মাদেৱে সন্তষ্ট হৈ-হিৰণ্যকশিপুৰক বৰ প্ৰদান কৰিলে।বৰ লাভ কৰিয়ে হিৰণ্যকশিপুৰে স্বৰ্গত অধিকাৰ কৰিলে। দেৱতাসকল নিৰুপায় হৈছিল। হিৰণ্যকশিপুৰৰ চাৰিজন পুত্ৰ আছিল।


*এদিনাখন হিৰণ্যকশিপুৰে-তেওঁৰ আটাইতকৈ সৰু পুত্ৰ প্ৰহ্লাদক সুধিলে-পুত্ৰ তোমাৰ আটাইতকৈ কি বেছি ভাল লাগে!প্ৰহ্লাদে কলে- মই শ্ৰী হৰিৰ ভজন কৰি ভালপাঁও।


*প্ৰহ্লাদৰ এনে কথা শুনি-হিৰণ্যকশিপুৰৰ বৰ খং উঠিল।আৰু প্ৰহ্লাদক নানান শাস্তি দিবলৈ ধৰিলে।কাৰণ-ই মোৰ শক্ৰৰ পক্ষে গৈছে।তেতিয়া দৈত্য সকলে-প্ৰহ্লাদক নানান শাস্তি দিবলৈ ধৰিলে।কিন্তু আহৰহ চেষ্টা কৰিও প্ৰহ্লাদক একো কৰিব নোঁৱাৰিলে।তেতিয়া দৈত্যসকল হৎভম্বীত হল।


*শেষত হিৰণ্যকশিপুৰে-প্লহ্লাদক সুধিলে-তই কাৰ বলত মোক ইমান অপমান কৰিছ!কোন সেইজন!কত আছে! প্ৰহ্লাদে-কলে-সকলোতে আছে।প্ৰহ্লাদৰ কথা শুনি-প্ৰহ্লাদক বান্ধি ৰখা খুটাতে মাৰিবলে ধৰিলে। ( Religious Studies)


কিছু সময়ৰ পাছত-সেই স্তম্ভৰ পৰা-ডাঙৰ শব্দ ওলায়।ক্ষন্তেক সময়ৰ পাছত দেখিলে যে-সমস্ত শৰীৰ মনুষ্যৰ আৰু মূৰটো সিংহৰ।ডাঙৰ নাক,দাঁত আৰু ৰঙা চকুৰে অন্য এক ভয়ানক জীৱ এটা স্তম্ভৰপৰা ওলায় আহি-হিৰণ্যকশিপুৰক নৰসিংহই হাতৰ নখেৰে ধৰি ললে।কিন্তু সেই সময়ত-শিৰণ্যকশিপুৰে কবলৈ ধৰিলে যে-মোক কোনেও বধ কৰিব নোঁৱাৰে।ব্ৰহ্মাদেৱৰ দ্বাৰা মই বৰদান প্ৰাপ্ত।মই অমৰ।আকাশ-পাতাল,দিন-ৰাতি, মাটি-পানী,কতোৱে মোক বধ কৰিব নোঁৱাৰে।


*কিন্তু শেষত ভগৱান বিষ্ণুৱে-হিৰণ্যকশিপুৰক সন্ধিয়া সময়ত বধ কৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages