ভগৱান শিৱৰ পূজাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 28, 2022

ভগৱান শিৱৰ পূজাৰে : Religious Studies

Religious Studies


 ভগৱান শিৱৰ পূজাৰে-


*ভগৱান শিৱৰ পূজা-বহু মনৰকামনা লগত কৰা হয়।কোৱা হয় যে-পৰিয়ালৰ সুখ-শান্তিৰ বাবে আৰু সন্তানৰ কামনাৰ বাবে-শিৱৰ পৰিয়ালৰ পূজা কৰিব লাগে।( Religious Studies )


*ৰঙা আৰু বগা আকন ফুলেৰে-ভগৱান শিৱৰ পূজা কৰিলে-ভোগ আৰু মোক্ষৰ প্ৰাপ্ত হয়।


*ভগৱান শিৱক ধতুৰাৰ ফুলেৰে-পূজা কৰিলে-ভগৱান শংকৰে সুযোগ্য পুত্ৰ সন্তান প্ৰদান কৰে।যিয়ে-ফুলৰ নাম-জিলিকাই দিয়ে।


*ভগৱান শিৱক দুৱৰি বনেৰে পূজা কৰিলে-আয়ুষ বৃদ্ধি হয়।


*ভগৱান শিৱক-চমেলী ফুলৰ দ্বাৰা পূজন কৰিলে-বাহন সুখ প্ৰাপ্ত হয়।


*খৰিজাকাই ফুলৰ দ্বাৰা-ভগৱান শিৱক পূজা কৰিলে-সুন্দৰ পত্নী প্ৰাপ্ত হয়।


*অলসী-ফুল এই ফুলৰ দ্বাৰা ভগৱান শিৱক পূজা কৰিলে-মনুষ্য ভগৱান বিষ্ণুৰ প্ৰিয় হয়।


*কৰৱী ফুলেৰে-মহাদেৱৰ পূজন কৰিলে-নতুন বস্ত্ৰ প্ৰাপ্ত হয়।( Religious Studies )


*ভগৱান শিৱৰ-শেৱালী ফুলেৰে পূজা-কৰিলে,সুখ-সম্পত্তিত বৃদ্ধি হয়।


*জুহী ফুলেৰে মহাদেৱৰ পূজন কৰিলে-ঘৰত কেতিয়াও অন্নৰ নাটনি নহয়।


*মহাদেৱৰ পূজনত-ৰঙা ডান্ঠাৰ ধতুৰা-শুভ মনা হয়।


*শমী পাত(অসমীয়াত নাজানিছো নামটো)মহাদেৱৰ পূজন কৰিলে-মোক্ষৰ প্ৰাপ্ত হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages