ঘৰত পৰুৱা উলোৱাৰ-শুভ-অশুভৰ সংকেত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 23, 2022

ঘৰত পৰুৱা উলোৱাৰ-শুভ-অশুভৰ সংকেত : Religious Studies

Religious Studies


*যদি ঘৰত পৰুৱা উলাইছে-তেন্তে এয়া আপোনাৰ জীৱনত হবলগীয়া কোনো কথাৰ সংকেত হয়।ঘৰত পৰুৱা উলোৱা-কথাটো আমি সামান্য কথা বুলি-তাৰ ওপৰত ধ্যান নিদো।কিন্তু এয়াই বহুত ডাঙৰ কথাৰ সংকেত দিয়ে।( Religious Studies )


*পৰুৱা ঘৰত ওপৰৰ ফালে গৈছা বা তলৰ ফালে আহিছে,ইয়াৰ বাহিৰেও ঘৰলৈ অহা পৰুৱাই-কিবা খাবলৈ পাইছে বা নাইপোৱা-এয়াও হবলগীয়া কোনো ঘটনাৰ কেন্দ্ৰীত মনা হয়।


*কলা পৰুৱা আৰু ৰঙা পৰুৱাই বেলেগ-বেলেগ কথাৰ সংকেত দিয়ে।


*যদি আপোনাৰ ঘৰলৈ কলা পৰুৱা আহিছে-তেন্তে-সুখ আৰু ঐশ্বৰ্যৰ আহিবলগীয়া সময়ৰ সংকেত দিয়ে।


*কলা পৰুৱা সামান্য ৰূপে-ঘৰত ঘূৰি-ফুৰা দেখা পোৱা যায়।প্ৰায়লোকে-কলা পৰুৱাক-চেনি-আটা,

আদিবোৰ খাদ্য ভোজনৰ বাবে দিয়ে।কলা পৰুৱাক ভোজন দিয়াটো-শুভ হয়।যদি চাউল ৰখা ঠাইত-কলা পৰুৱা ওলাইছে-তেন্তে এয়া শুভ হয়। 


*কিছু দিনতে-আপোনাৰ ধনৰ বৃদ্ধি হব।ব্যক্তিৰ আৰ্থিক স্থিতি ভাল হবলৈ গৈ আছে।কলা পৰুৱা আহিলে-ভৌতিক সুখ বস্তুৰ আদিৰ বাবেও-শুভ মনা হয়।( Religious Studies )


*ৰঙা পৰুৱা ঘৰত ওলালে-হব লাগে-সাৱধান-


*যদি আপোনাৰ ঘৰত ৰঙা পৰুৱা দেখা পাইছে-তেন্তে সাৱধান হব লাগে।ৰঙা পৰুৱাক-অশুভৰ সংকেত মনা হয়।ভৱিষ্যতৰ সমসস্যা, বিবাদ,ধনৰ খৰচ-আদিৰ-সংকেত ৰঙা পৰুৱাই দিয়ে।


*যদি ৰঙা পৰুৱা আপোনাৰ ঘৰলৈ আহে-তেন্তে এই সকলোবোৰ অশুভ কাম আপোনাৰ লগত ঘটিব পাৰে।কিন্তু ৰঙা পৰুৱাই মুখত কণী লৈ ঘৰৰ পৰা গলে-তেন্তে এয়া শুভ সংকেত হয়।পৰুৱাক খাবলৈ-খাদ্য দিব লাগে।যদি পৰুৱা আপোনাৰ ঘৰত ভোকত থাকে-তেন্তে এয়াও অশুভ সংকেত হয়।


*এই দিশৰ ফালৰ পৰা পৰুৱা গলে-শুভ হয়।


*নিশ্চিত দিশত-পৰুৱা আপোনাৰ ঘৰলৈ আহিলে-এয়া আপোনাৰ বাবে শুভ সংকেত হয়।কলা পৰুৱা ঘৰলৈ-উত্তৰ দিশৰ পৰা-আহিলে-তেন্তে এয়া শুভ হয়।দক্ষিণ দিশৰ ফালৰ পৰা আহিলেও-লাভজনক হয়।পূৰ্ৱ দিশৰ পৰা পৰুৱা আহিলে-সকাৰাত্মক সুচনা আপোনাৰ ঘৰলৈ আহিব পাৰে।পশ্চিম দিশৰ ফালৰ পৰা পৰুৱা আহিলে-আপোনাৰ বাহিৰলৈ যোৱাৰ যাত্ৰাৰ সম্ভাৱনা থাকে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages