তুলসী শিপাৰ ফলপ্ৰসূ প্ৰতিকাৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

তুলসী শিপাৰ ফলপ্ৰসূ প্ৰতিকাৰ : Religious Studies

Religious Studies


 কেৱল তুলসীৰ পাতেই নহয়-তুলসীৰ শিপাৰো আছে-চমৎকাৰী গুণ-( Religious Studies )


*হিন্দু ধৰ্মত তুলসী শ্ৰদ্ধা আৰু দেৱী লক্ষ্মীৰ এক ৰূপ বুলি গণ্য কৰা হয়।প্ৰায়সকলৰ ঘৰতে-তুলসী পোৱা যায়।ভগৱান বিষ্ণুক-তুলসীৰ পূজা,পানী আগবঢ়াই ঘৰত সুখ আৰু সমৃদ্ধি আৰু দেৱী লক্ষ্মী আৰু নাৰায়ণৰ কৃপা পোৱা যায় বুলি বিশ্বাস কৰা হয়।একে সময়তে-জ্যোতিষত-তুলসীৰ পাত আৰু শিপাৰ ফলপ্ৰসূ প্ৰতিকাৰৰ কথা কোৱা হৈছে।যিয়ে-ভাগ্য উন্নত কৰিব পাৰে।


*তুলসী শিপাৰ ফলপ্ৰসূ প্ৰতিকাৰ-


*সফলতা লাভৰ বাবে-

যিকোনো কামত অনবৰতে ব্যৰ্থ হলে-তুলসীৰ শিপা প্ৰায় ২পৰা ৩ইঞ্চি গংগা পানীৰে ধুই-নিয়ম অনুসৰি-পূজা কৰি হালধীয়া কাপোৰত বান্ধি লগত ৰাখক।ইয়াৰ ফলত-কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব।


*গ্ৰহৰ শান্তিৰ বাবে-

যদি ৰাশিফলত থকা গ্ৰহবোৰে-জীৱনত বাধাৰ সৃষ্টি কৰিছে-তেন্তে-তুলসীক পূজা কৰি-তাৰ কিছু শিপা লৈ ৰঙা কাপোৰত বান্ধি লগত ৰাখক বা ৰূপৰ তাবিজত পিন্ধিব লাগে।এনে কৰিলে-আপুনি সকাহ পাব।( Religious Studies )


*ধন লাভৰ বাবে-

যদি আপুনি ধনৰ নাটনিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে-আৰু উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে-তেন্তে-প্ৰতিদিনে পুৱা তুলসীলৈ পানী আগবঢ়াব লাগে।লগতে-সন্ধিয়া তুলসীৰ তলত বন্তি প্ৰজলিত কৰিব লাগে।ইয়াৰ লগতে- শুক্ৰবাৰৰ দিনা-ডিঙিত-ৰূপৰ তাবিজত  তুলসীৰ শিপা দি পিন্ধিব লাগে।


*নেতিবাচকতা আঁতৰাবলৈ-

ঘৰ বা অফিচৰ পৰা নেতিবাচকতাৰ শক্তি আঁতৰাবলৈ-তুলসী শিপাৰ মালা বনাই মন্দিৰ বা অফিচৰ টেবুলত ভালদৰে ৰাখিব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages