শাৰীৰিক,মানসিক আৰু আৰ্থিক সকলো ধৰণৰ কষ্ট দূৰ কৰিবলৈ কৰক এই উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 26, 2022

শাৰীৰিক,মানসিক আৰু আৰ্থিক সকলো ধৰণৰ কষ্ট দূৰ কৰিবলৈ কৰক এই উপায় : Religious Studies

Religious Studies


শনিদেৱক প্ৰসন্ন কৰাৰ-৫টা সহজ উপায়। শাৰীৰিক,মানসিক আৰু আৰ্থিক-সকলো ধৰণৰ কষ্ট দূৰ হব।( Religious Studies )


*শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু তেওঁৰ কৃপা পাবলৈ-শনিবাৰৰ দিনটো শ্ৰেষ্ঠ মনা হয়।শনিবাৰৰ দিনা-কৰা উপায়ৰ দ্বাৰা-শনিৰ দোষক শান্ত কৰিব পৰা যায়।


*শনিদেৱৰ নাম আহিলেই-মনলৈ হাজাৰ প্ৰশ্ন আহে। কিন্তু শনিদেৱক ন্যায়ৰ দেৱতা কোৱা হয়।শনিদেৱে-মনুষ্যক শুভ-অশুভ কৰ্মৰ ফল প্ৰদান কৰে।বেয়া কৰ্ম কৰাজনে শনিদেৱৰ ক্ৰোধৰ সন্মুখীন কৰিবলগীয়া হয়।আৰু পৰোপকাৰী লোকৰ ওপৰত শনিদেৱৰ কৃপা থাকে।অজানিতে-লোকসকলৰ দ্বাৰা বহু ভুল হয়।এই সময়ত শনিদেৱক প্ৰসন্ন কৰিবলৈ-কিছুমান উপায় আছে।যিবোৰ কৰিলে-মানসিক, শাৰীৰিক আৰু আৰ্থিক সকলো ধৰণৰ-কষ্ট দূৰ হয়।শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু শনিদেৱৰ কৃপা লাভ কৰিবলৈ-শনিবাৰৰ দিনটো শ্ৰেষ্ঠ মনা হৈছে।শনিবাৰৰ দিনা-কৰা উপায়ৰ দ্বাৰা-শনিৰ দোষক শান্ত কৰিব পৰা যায়।


*শনিদেৱক প্ৰসন্ন কৰাৰ-৫টা সহজ-উপায় হৈছে-


১/সূৰ্য্যাস্তৰ পাছত-এনে আঁহত গছৰ তলত চাকি জ্বলাব লাগে যি-হুলস্থুল নোহোৱা ঠাইত আছে বা মন্দিৰত আছে।এই উপায়ৰ দ্বাৰা ধন সম্বন্ধিত সমস্যা দূৰ হব।( Religious Studies )


২/শনিদেৱক তেল অৰ্পণ কৰিব লাগে আৰু পূজন কৰিব লাগে।শনিদেৱক নীলা পুষ্প অৰ্পণ কৰিব লাগে আৰু শনিদেৱক পূজা কৰাৰ সময়ত শনিদেৱৰ মূতিক চিধা দৰ্শন কৰিব নালাগে।


৩/আঁহত গছৰ পূজা কৰিব লাগে।পানী অৰ্পণ কৰিব লাগে।আৰু ৭বাৰ পৰিক্ৰমা কৰিব লাগে।কোনো অসহায় লোকক ভোজন কৰাব লাগে।এনে-কৰিলে শনিদেৱ প্ৰসন্ন হয় আৰু দৰিদ্ৰতা দূৰ হয়।


৪/প্ৰতি শনিবাৰে-স্নান আদি কৰি-পুৱাতে-তেল দান কৰিব লাগে।ইয়াৰ বাবে-এটা বাটিত তেল লৈ-নিজৰ মুখ'খন চাব লাগে।তাৰপাছত সেই তেল-অসহায় লোকক দান কৰিব লাগে।


৫/শনিবাৰে-বীৰ হনুমানক সেন্দূৰ আৰু চমেলী তেল অৰ্পণ কৰিব লাগে।হনুমান চালীশা পাঠ কৰিব লাগে।হনুমান বাবাৰ পূজা কৰাজনৰ ওপৰত-শনিয়ে প্ৰতাৰিত নকৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages